DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন কোভিড প্ৰ’টোকল: ভেকচিন লোৱাসকলে ৰাজহুৱা স্থানত নিপিন্ধিলেও হ’ব মাস্ক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 11:46 am
maskless-out
536
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দ্বিতীয়টো ঢৌৱে এতিয়া ভাৰতবৰ্ষকে ধৰি ইয়াৰ কাষৰীয়া কেইবাখনো দেশত সংহাৰৰ সৃষ্টি কৰিছে।

কোভিড সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৌসিদিনালৈ প্ৰথম স্থানত থকা আমেৰিকাত এতিয়া কোভিড একপ্ৰকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন।

এনে পৰিস্থিতিত আমেৰিকাৰ চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে কেতবোৰ নতুন কোভিড প্ৰ’টোকল।

সেইমৰ্মে আমেৰিকাত যিসকল লোকে সম্পূৰ্ণকৈ কোভিডৰ ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলেও হ’ব।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি ভেকচিন গ্ৰহণ কৰা সকল কোভিডত পুনৰ আক্ৰান্ত হোৱাৰ আশংকা তেনেই কম।

তদুপৰি তেওঁলোকৰ পৰা কোভিড আনৰ দেহলৈ যোৱাৰো কোনো আশংকা নাথাকে।

সেয়ে সম্পূৰ্ণকৈ কোভিডৰ ভেকচিন গ্ৰহণ  কৰা সকলে কম জন সমাগম হোৱা স্থানত মাস্ক নিপিন্ধিলেও কোনো কথা নাই।

উল্লেখ্য আমেৰিকাত এতিয়ালৈকে ৯৫ নিযুত লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে ভেকচিন গ্ৰহণ নকৰাসকলকো শীঘ্ৰে ভেকচিন গ্ৰহণৰ আহ্বান জনাইছে।

আমেৰিকাৰ ৪২ শতাংশ লোকে এতিয়ালৈকে কোভিডৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd