• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনত নিৰ্মিত সস্তীয়া পোছাক পিন্ধি হোৱাইট হাউছত আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ পত্নী, বিশ্বজুৰি চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:37 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ পত্নী জেনিফাৰ ৰেচেটছে শেহতীয়াকৈ হোৱাইট হাউছৰ এক নৈশভোজত পিন্ধা এটা গোলাপী ৰঙৰ পোছাকক লৈ বৰ্তমান দেশখনৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ চৰ্চা চলিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই পোছাকজোৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মূল কাৰণ হ’ল ইয়াৰ অতি কম মূল্য। নেটিজেনসকলৰ মতে এই পোছাকজোৰৰ দাম ভাৰতীয় টকাৰ হিচাপত চাৰি হাজাৰতকৈ অধিক হোৱাৰ সম্ভাৱনা নাই। আনকি এটা ব্ৰিটিছ ৱেবছাইটত হুবহু একেই ডিজাইনৰ পোছাক মাত্ৰ ৩৯০০ টকাত বিক্ৰী হৈ থকাটোও পোহৰলৈ আহিছে। ইয়াৰ লগতে তেওঁ পৰিধান কৰা জোতা আৰু হাতত লোৱা বেগটোও অতি সুলভ মূল্যৰ বুলি একাংশই দাবী কৰিছে।

এই ঘটনাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ প্ৰধান কাৰণটো হ’ল পিট হেগছেথৰ ৰাজনৈতিক আদৰ্শ। হেগছেথে সদায় আমেৰিকা প্ৰথম নীতিৰ কথা কৈ আহিছে আৰু ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত গুৰুত্ব দিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ পত্নীয়ে বিদেশত নিৰ্মিত আৰু বিশেষকৈ চীনৰ দৰে দেশৰ পৰা অহা সস্তীয়া অনলাইন প্লেটফৰ্মৰ কাপোৰ পিন্ধাটোৱে বহুতকে আচৰিত কৰি তুলিছে। ফেশ্বন বিশেষজ্ঞ ডায়েট প্ৰাডাই আঙুলিয়াই দিছে যে জেনিফাৰে এনে সস্তীয়া পোছাক পিন্ধাটো এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁক বহু ডাঙৰ অনুষ্ঠানত তেনেই সাধাৰণ আৰু কম খৰচী সাজত দেখা গৈছিল।

Apply Now

এই বিতৰ্কই কেৱল ৰাজনৈতিক দিশটোৱেই নহয়, বৰঞ্চ ফেষ্ট-ফেশ্বন উদ্যোগৰ নৈতিকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। জেনিফাৰে যিবোৰ কোম্পানীৰ কাপোৰ পিন্ধা বুলি চৰ্চা হৈছে, সেই কোম্পানীসমূহৰ বিৰুদ্ধে শ্ৰমিক শোষণৰ দৰে গুৰুতৰ অভিযোগ আছে। সেয়েহে এগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াৰ পত্নীয়ে এনে বিতৰ্কিত প্ৰতিষ্ঠানৰ সামগ্ৰী ব্যৱহাৰ কৰাটো কিমান যুক্তিগত তাক লৈ সমালোচনা হৈছে। একাংশই ইয়াক অনৈতিক বুলি অভিহিত কৰিছে যদিও আন একাংশই আকৌ জেনিফাৰৰ এই কাৰ্যক সমৰ্থনহে কৰিছে।

জেনিফাৰৰ সমৰ্থকসকলৰ মতে এই পোছাকজোৰে তেওঁৰ অতি সহজ-সৰল জীৱনশৈলীৰ পৰিচয়হে দিছে। তেওঁলোকৰ মতে চেলিব্ৰিটি বা ক্ষমতাশালী ব্যক্তিয়ে সদায় দামী ডিজাইনাৰ পোছাক পিন্ধিব লাগে বুলি কোনো ধৰা-বন্ধা নিয়ম থাকিব নালাগে। যদি তেওঁ দামী পোছাক পিন্ধিলেহেঁতেন, তেন্তে হয়তো তেওঁক বিলাসিতাৰ বাবে সমালোচনা কৰা হ’লহেঁতেন। সেয়েহে সকলো সমালোচনাৰ মাজতো একাংশই জেনিফাৰৰ এই সাহসী পদক্ষেপক প্ৰশংসা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd