• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জানুৱাৰীৰ পৰা আমেৰিকাই বিতাড়িত কৰিলে ২,৪১৭জন ভাৰতীয়ক: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 1:09 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে (২৬ ছেপ্টেম্বৰ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জানুৱাৰী মাহৰ পৰা ২৪০০ৰো অধিক ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে।

দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত অবৈধ অনুপ্ৰৱেশৰ বিৰোধী আৰু মানুহে আইনী প্ৰক্ৰিয়াৰে যাত্ৰা কৰাটো বিচাৰে।

Apply Now

জয়ছোৱালে কয় যে জানুৱাৰী মাহৰ পৰা ২৪১৭ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে।

জানিব পৰা মতে, তিনি দশক ধৰি আমেৰিকাত বাস কৰা পঞ্জাৱৰ ৭৩ বছৰীয়া শিখ মহিলা হৰ্জীত কৌৰক আমেৰিকা কৰ্তৃপক্ষই বিতাড়িত কৰাৰ পাছতে পুনৰবাৰ বিতাড়নৰ বিষয়টো চৰ্চালৈ আহিছে।

এই সন্দৰ্ভত ৰনধীৰ জয়ছৱালে কয় যে ২০২৫ চনৰ ২০ জানুৱাৰীৰ পৰা আমেৰিকা প্ৰশাসনে হৰ্জীত কৌৰকে ধৰি ২৪১৭ জন ভাৰতীয়ক বিতাড়িত কৰিছে।

জয়ছোৱালৰ মতে, যেতিয়া কোনো দেশত কোনো ব্যক্তিক আইনী মৰ্যাদা নোহোৱাকৈ পোৱা যায় আৰু ভাৰতীয় নাগৰিক বুলি দাবী কৰে তেতিয়া তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোকৰ ৰাষ্ট্ৰীয়তআ নিশ্চিত কৰাৰ পাছতহে ভাৰতে তেওঁলোকক ঘূৰাই লয়।

জয়ছৱালে লগতে কয় যে আমেৰিকাৰ পৰা বিতাড়নৰ সৈতে এই প্ৰক্ৰিয়া অব্যাহত আছে।

তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে ভিছা জালিয়াতি আৰু অন্যান্য গোচৰকে ধৰি অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে নিজৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ইয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰসমূহৰ সহযোগত অবৈধ প্ৰব্ৰজনক প্ৰসাৰিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক দক্ষিণ-পূব এছিয়াৰ সন্দেহজনক কৰ্মসংস্থাপনৰ সুযোগৰ পৰা আঁতৰি থাকিবলৈও সকীয়াই দিয়ে।

উল্লেখযোগ্য যে ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আমেৰিকাত অবৈধভাৱে বসবাস কৰা ১০৪ জন বিতাড়িত লোকক লৈ প্ৰথমখন আমেৰিকাৰ সামৰিক বিমান ৫ ফেব্ৰুৱাৰীত অমৃতসৰৰ শ্ৰীগুৰু ৰাম দাস জী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

আমেৰিকাৰ পৰা অহা দ্বিতীয়খন বিমানত মুঠ ১১৬ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছিল, ইয়াৰে ৬৭ জন পঞ্জাৱৰ, ৩৩ জন হাৰিয়ানাৰ, ৮ জন গুজৰাটৰ পৰা, ৩ জন উত্তৰ প্ৰদেশৰ পৰা, দুজনকৈ গোৱা, মহাৰাষ্ট্ৰ, আৰু ৰাজস্থানৰ পৰা, আৰু এজনকৈ হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ।

একেধৰণৰ ক্ৰমত ১৬ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাৰ ওচৰত বিতাড়িত লোকক লৈ তৃতীয়খন আমেৰিকাৰ সামৰিক বিমান ভাৰতত উপস্থিত হয়। এই বিমানত থকা ১১২ জন বিতাড়িত লোকৰ ভিতৰত ৪৪ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাটৰ, ৩১ জন পঞ্জাৱৰ, ২ জন উত্তৰ প্ৰদেশৰ, আৰু এজনকৈ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd