• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাত দিশহাৰা ছুপাৰপাৱাৰ আমেৰিকা, যোৱা ২৪ ঘণ্টাত ৰেকৰ্ড সংখ্যক মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2020 11:29 am

1 min read

a256103283839c8909061b910f69e08d

ফটো : নৰ্থ-ইষ্ট নাও

6.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰে সম্পূৰ্ণৰূপে দিশহাৰা কৰি তুলিছে ছুপাৰপাৱাৰ আমেৰিকাক। দেশখনত ক’ৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰত গুছি যোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত দেশখনত ক’ৰ’নাৰ ফলত প্ৰায় ২৬০০ লোকে প্ৰাণ হেৰুওৱা খবৰে আমেৰিকাৰ লগতে পুৰা বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে।

জনছ হফিন্স য়ুনিভাৰ্চিটিৰ ক’ৰ’না ভাইৰাছ চেণ্টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনত যোৱা ২৪ ঘণ্টাত ২৫৬৯ গৰাকী লোকৰ মৃত্যু হৈছে।

ক’ৰ’নাৰ ফলত এটা দিনত মৃত্যু হোৱা সংখ্যাৰ ক্ষেত্ৰত এই পৰ্যন্ত এইটোৱে সৰ্বাধিক সংখ্যাৰ ঘটনা।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’নাত সৰ্বাধিক আমেৰিকাৰ ৬,৩৭,৩৫৯ গৰাকী লোক আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৩০,৮২৬ গৰাকী লোকৰ।

ইয়াৰ উপৰি বিশ্বৰ আন আন দেশ সমূহৰ তুলনাত এই পৰ্যন্ত আমেৰিকাতে সৰ্বাধিক ৩২ লাখ লোকক ক’ৰ’নাৰ পৰীক্ষা কৰা হৈছে।

চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই ভাইৰাছবিধে সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰণ ঘটাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’ৰ’নাৰ ফলত বিশ্বত এতিয়ালৈ ১,৩৬,৯০৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ২০ লাখৰো অধিক লোক।

আনহাতে এই ভাইৰাছবিধৰ ফলত সুস্থ হৈ উঠিছে প্ৰায় ৫ লাখ লোক।

Tags: COVID-19

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd