• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ পৰা সুস্থ হৈ উঠিল এগৰাকী ব্যক্তি; হাস্পাতলত খৰচ পৰিল ৮.৩৫কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2020 9:49 am

2 min read

USA-1

আমেৰিকাৰ হাস্পাতলৰ প্ৰতিনিধিত্বমূলক ফটো।

43.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিয়ে চিকিৎসাৰ বাবে খৰচ কৰিবলগীয়া হ’ল ৮.৩৫কোটি টকা।

আমেৰিকাৰ চিয়েটলৰ বাসিন্দা মাইকেল ফ্ল’ৰ আক্ৰান্ত হোৱাৰ পাছত ৬২দিন ধৰি হাস্পাতালত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল।

ৱাশ্বিংটনৰ ইচ্ছাক্কাহৰ ছুইডিছ মেডিকেল চেন্টাৰত ৭০বৰ্ষীয় মাইকেল ফ্ল’ৰ চিকিৎসাধীন হৈ আছিল।

দীঘলীয়া সময় ধৰি অসুস্থ হৈ থকাৰ পাছত পুনৰ সম্পূৰ্ণ সুস্থ হৈ উঠা দেখা গ’ল মাইকেলক।

যোৱা ৪ মাৰ্চত কৰ’না পজিটিভ পোৱাৰ পাছত তেওঁক হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল আৰু ৬মে’ত তেওঁৰ হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।

হাস্পাতলৰ পৰা ওলেৱাৰ সময়ত তেওঁৰ শৰীৰত কোনো সমস্যা থকাৰ কথা অনুভৱ নহ’ল ঠিকেই কিন্তু সেই সময়ত তেওঁৰ সন্মুখত আন এক সংকটহে দেখা দিলে।

হাস্পাতলৰ পৰা মাইকেলক ১৮১ পৃষ্ঠাৰ এখন বিল প্ৰেৰণ কৰিলে। হাস্পাতালখনে তেওঁক ৮.৩৫কোটি টকা আদায় দিবলৈ কয়।

বাতৰি অনুসৰি, যোৱা শনিবাৰে হাস্পাতলৰ বিলখন দেখি মাইকেলৰ চকু কপালত উঠিল। বিলখনৰ এক চতুৰ্থাংশ খৰচ কেৱল ঔষধতে ধৰা হৈছে।

মাইকেল ৪২দিন আইচিয়ুত থকাৰ বাবদ ৩.১কোটি টকা চাৰ্জ ধৰা হৈছে। ২৯দিন ভেন্টিলেটৰত ৰখাৰ বাবে অতিৰিক্ত ৬২লাখ টকা চাৰ্জ কৰা হৈছে।

বাতৰি অনুসৰি, চিকিৎসাৰ সময়ত দুদিনত মাইকেলৰ হাৰ্ট, কিডনী আৰু হাওঁফাঁওৱে কাম কৰাটো হ্ৰাস পাই গৈছিল। সেই দুদিনত চিকিৎসকে তেওঁক জীয়াই ৰখাৰ বাবে প্ৰায় ৭৬লাখ টকা চাৰ্জ ধৰিছে।

অৱশ্যে, মাইকেল ফ্ল’ৰৰ বীমা কৰা আছে আৰু সেইকাৰণে আমেৰিকাৰ বিত্তীয় নিয়ম অনুসৰি তেওঁৰ সকলো খৰচ চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হ’ব।

Tags: COVID-19

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd