• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংকটজনক অৱস্থাত উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন! বিশ্বজুৰি চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 2:07 pm
Story-1-6-1140x570-750x375

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন। ফটো: এবিচি নিউজৰ সৌজন্যত

35.7k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ আতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্টি হৈছে আন এক চাঞ্চল্য। আন কাৰণ নহয়, মাৰ্কিন সংবাদ মাধ্যমত এনে প্ৰতিক্ৰিয়াৰ কাৰণ হৈছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন।

মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কিম জং উন বৰ্তমান গুৰুতৰভাৱে অসুস্থ।

কিমৰ এই বাতৰিক লৈ শত্ৰু দেশ কোৰিয়াতো চলিছে ব্যাপক চৰ্চা। ছিউলত কিমৰ স্বাস্থ্যক লৈ ব্যাপক উৎসুকতা আৰম্ভ হৈছে।

কিন্তু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি উত্তৰ কোৰিয়াৰ পৰাক্ৰমী শাসকগৰাকী তাকে লৈ আন্তৰ্জাতিক মহলত তীব্ৰ উৎকণ্ঠা বৃদ্ধি পাইছে।

মঙলবাৰে হঠাতে কেইবাটাও মাৰ্কিন সংবাদ মাধ্যমত খৱৰ প্ৰকাশ পাইছে যে কিম জঙৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে নেতাগৰাকী।

বাতৰি অনুসৰি অস্ত্ৰোপচাৰৰ পাছতেই হেনো কিম গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই ইয়াৰ আঁৰৰ খৱৰ উলিওৱাৰ বাবে ব্যস্ত হৈ পৰিছে। দেশখনে কিম জং কৰ’না আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

ইপিনে, চিএনএনৰ বাতৰি অনুসৰি অজ্ঞাত কাৰণত  অস্ত্ৰোপচাৰৰ পাছত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কিম জং।

মঙলবাৰে মাৰ্কিন সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই বিভিন্ন মহলত ব্যাপক চিন্তা-চৰ্চা চলিছে যদিও কোৰিয়াৰ সংবাদ মাধ্যমে কিমৰ এক হাৰ্টৰ অস্ত্ৰোপচাৰৰ পাছত তেওঁ সুস্থ হৈ উঠাৰ দাবী কৰিছে।

যিয়েই নহওক মঙলবাৰৰ দিনত মাৰ্কিন সংবাদ মাধ্যমৰ এই বাতৰিয়ে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিন্তু কিম জং উনৰ স্বাস্থ্যৰ প্ৰকৃত খৱৰ এই সময়ত নিশ্চিত কৰাটো খুবেই অসম্ভৱ কিয়নো উত্তৰ কোৰিয়াৰ গোপন খৱৰ উলিওৱা বাস্তৱিকতে এক ডাঙৰ প্ৰত্যাহ্বান।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd