• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰত্যাহ্বান স্বীকাৰ; সকলোৱে দেখাকৈ টিভি অনুষ্ঠানত ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2020 4:17 pm

1 min read

প্ৰত্যাহ্বান স্বীকাৰ; সকলোৱে দেখাকৈ টিভি অনুষ্ঠানত ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাই

ইভাংকা ট্ৰাম্প

456
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পে সকলোৱে দেখাকৈ টিভি অনুষ্ঠানত অংশগ্ৰহণ কৰি ক’ৰ’না ভাইৰাছৰ টিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

জয় বেহাৰ নামৰ এগৰাকী সংবাদকৰ্মীয়ে ইভাংকা ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰিলেহে তেওঁ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন গ্ৰহণ কৰিব বুলি কৰা মন্তব্যৰ পাছতে ইভাংকাই সকলোৱে দেখাকৈ ভেকচিন গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

”মই এফ ডি এক বিশ্বাস কৰো আৰু সকলো আমেৰিকা বাসীকে বিশ্বাস কৰো। ক’ৰ’না ভাইৰাছক পৰাস্ত কৰাটো বৰ্তমান সময়ত আমাৰ সকলোৰে সন্মিলিত আৰু প্ৰধান প্ৰচেষ্টা,” ইভাংকা ট্ৰাম্পে টেলিভিশ্যন শ্ব’ত অংশগ্ৰহণ কৰি এইদৰে কয়।

‘দ্যা ভিউ টক’ নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে ইভাংকা ট্ৰাম্পক জয় বেহাৰ নামৰ অনুষ্ঠান পৰিচালনা কৰা ব্যক্তি গৰাকীয়ে ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছিল।

আনহাতে, ট্ৰাম্প কন্যাই বুদ্ধিদীপ্তভাৱে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সকলোৱে দেখাকৈ ভেকচিন গ্ৰহণ কৰিব বুলি কৰা মন্তব্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Recent News

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

a supr

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd