DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাহ আৰু জ্বৰৰ দৰৱৰ বাবেহে লাইচেন্স বিচাৰিছিল! ক’ৰ’নিল সম্পৰ্কত কোনে ক’লে এই কথা?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 3:58 pm
coronil_1592989981_618x347 new

পতঞ্জলিয়ে দাবী কৰ'নাৰ দৰৱ ক'ৰ'নিল।

1.1k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ দৰৱ ‘কৰ’নিল’ প্ৰস্তুত কৰাৰ দাবী কৰা পতঞ্জলিৰ বাবে জটিলতা ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

ৰাজস্থান চৰকাৰে বাবা ৰামদেবৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা সদৰী কৰাৰ পাছত এতিয়া উত্তৰাখণ্ড চৰকাৰেও পতঞ্জলিলৈ জাননী জাৰি কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

বাতৰি অনুসৰি, উত্তৰাখণ্ডৰ আয়ুৰ্বেদ বিভাগে জাননীৰ জৰিয়তে দৰৱ মুকলি কৰাৰ অনুমতি ক’ৰ পৰা পালে সেয়া সুধিব।

উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ বিভাগৰ অনুজ্ঞাপত্ৰদাতা বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পতঞ্জলিৰ আবেদনৰ ভিত্তিত তেওঁলোকে অনুজ্ঞাপত্ৰ দিছিল।

আবেদনখনত কৰ’না ভাইৰাছৰ বিষয়ে উল্লেখ নাছিল। তাত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, কাহ আৰু জ্বৰৰ দৰৱ তৈয়াৰ কৰাৰ অনুজ্ঞাপত্ৰ বিচৰাৰ কথাহে কোৱা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজস্থান চৰকাৰে বাবা ৰামদেবৰ কৰ’নাৰ দৰৱ ক’ৰ’নিল বনোৱাৰ দাবীক ভুৱা বুলি অভিহিত কৰা হৈছে।

ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই কয় যে মহামাৰীৰ সময়ত বাবা ৰামদেবে এনেদৰে কৰ’নাৰ দৰৱ বিক্ৰী কৰাৰ চেষ্টা কৰাটো ভাল কথা নহয়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ মন্ত্ৰ্যালয়ৰ গেজেট নটিফিকেশ্যন অনুসৰি বাবা ৰামদেবে আইচিএমআৰ তথা ৰাজস্থান চৰকাৰৰ পৰা কৰ’নাৰ কোনো আয়ুৰ্বেদিক দৰৱৰ পৰীক্ষাৰ বাবে অনুমতি লোৱা উচিত আছিল।

কিন্তু বিনা অনুমতিৰে তথা বিনা কোনো মাপকাঠীৰে পৰীক্ষৰা দাবী কৰাটো ভুল।

ইপিনে, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰ্যালয়েও পতঞ্জলিৰ পৰা এইক্ষেত্ৰত উত্তৰ বিচৰাৰ লগতে গোটেই বিষয়টো বিবেচনাৰ বাবে লৈছে।

উল্লেখ্য যে মঙলবাৰে বাবা ৰামদেবে কৰ’নাৰ দৰৱ ক’ৰ’নিল উলিওৱাৰ দাবী কৰিছিল।

আয়ুষ মন্ত্ৰ্যালয়ে ৰামদেবৰ দাবীকলৈ প্ৰশ্ন তুলিছে আৰু চৰকাৰৰ বিনা অনুমতিত ক’ৰ’নিলৰ বিক্ৰী বন্ধ কৰিছে।

Tags: COVID-19

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd