• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰাখণ্ডত ‘মেইন ভী কেজৰিৱাল কেম্পেইন’ৰ সফলতা; ১.৩০ লাখৰো অধিক লোক আপত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 6:01 pm
mcms.php
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ বৰ্ষৰ ফেব্ৰুৱাৰিত উত্তৰাখণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। উত্তৰাখণ্ডৰ ২০২২ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আম আদমি পাৰ্টিৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

আপৰ অন্য এগৰাকী শীৰ্ষ নেতা তথা দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই উত্তৰাখণ্ড বহু ৰাজনৈতিক নেতাই আপত যোগদান কৰিব বুলিও কিছুদিন পূৰ্বে ঘোষণা কৰিছিল।

Apply Now

উত্তৰাখণ্ডত চৰকাৰৰ গঠনৰ লক্ষ্য স্থিৰ কৰি লোৱা আপ-এ ইতিমধ্যে উত্তৰাখণ্ডত নিজৰ স্থিতি মজবুত কৰিবলৈ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে।

ইয়াৰে প্ৰধান কাৰ্যসূচী হৈছে ‘উত্তৰাখণ্ড মেইন ভী কেজৰিৱাল’ অভিযানেৰে আম আদমি পাৰ্টিৰ সদস্য ভুক্তিকৰণ।

যোৱা ১ ফেব্ৰুৱাৰিত উত্তৰাখণ্ডত আপ-এ মুকলি কৰা এই অভিযানত উত্তৰাখণ্ডৰ জনসাধাৰণে ব্যাপক সঁহাৰি দেখুওৱা পৰিলক্ষিত হৈছে।

আপৰ নেতা ৰবীন্দ্ৰ যুগানে সোমবাৰে ডেহৰাডুনত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অংশ হিচাপে এতিয়ালৈকে ৰাজ্যখনত ১ লাখৰো অধিক লোকে আপত যোগদান কৰিছে।

ৰবীন্দ্ৰ যুগানে উল্লেখ কৰা অনুসৰি সোমবাৰেলৈকে ৰাজ্যখনত উক্ত অভিযানৰ দ্বাৰা ১ লাখ ৩০ হাজাৰ লোকে আপত যোগদান কৰিছে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াই যোৱা ১ ফেব্ৰুৱাৰিত আৰম্ভ কৰা এই অভিযানত ৪৫ দিনৰ ভিতৰত মিছড্ কলৰ যোগে ১ লাখ  লোকৰ যোগদানৰ লক্ষ্য স্থিৰ কৰা হৈছিল। কিন্তু মাত্ৰ ২১ টা দিনৰ ভিতৰেত ৰাজ্যখনৰ ১ লাখ ৩০ হাজাৰ লোকে আপত যোগদান কৰাত দলটোৱ উৎফুল্লিত হৈ উঠা দেখা গৈছে।

“৪৫ দিনৰ ভিতৰত পাৰ্টিয়ে ১ লাখ লোকৰ যোগদানৰ লক্ষ্য স্থিৰ কৰি লৈছিল, কিন্তু মাত্ৰ ২১ দিনৰ ভিতৰতে আমি এই লক্ষ্যত উপণীত হৈছো। এই উছাহ আৰু সমৰ্থনৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।” আপৰ  নেতা যুগানে কয়।

“7669007669 এই নম্বৰত আমি ১ লাখ ৩০ হাজাৰ মিছড‌্ কল লাভ কৰিছো। ইয়াৰে ১৭,৩৬৬ টা ইউ এছ নগৰ, ১৬,২২৮ টা ডেহৰাডুন, ১৪,৮৩৮ টা হৰিদ্বাৰ, ১০,৫৬৯ টা নাইনিতালৰ। ইয়াৰ বাহিৰে আন কিছু জিলাৰ পৰাও আমি ভাল সহযোগিতা লাভ কৰিছো। আলম’ৰাৰ পৰা ৮,৮৫০, পাউৰী গাৰ্হৱালৰ পৰা ৯,৬৫৩ আৰু টেহ্ৰী গাৰ্হৱালৰ পৰা ৮,৮৫৯ গৰাকীকৈ লোকে আমাৰ দলত যোগদান কৰিছে।” আপ নেতা যুগানে পুনৰ কয়।

নেতাগৰাকীৰ মতে আপ-এ ৰাজ্যখনত সৰ্বমুঠ ৬,৫০০ খন জনসভাৰ আয়োজনৰ লক্ষ্য স্থিৰ কৰি লৈছিল আৰু ইয়াৰে ২,৫৪০ খন জনসভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে।

যুগানৰ মতে ২০২২ চনৰ পূৰ্বে উত্তৰাখণ্ডৰ আৰু লোকে আপত যোগদান কৰিব আৰু পাৰ্টিয়ে ৰাজ্যখনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd