• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫১ হাজাৰ নহয়, ২০/২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব খালী পদৰ নিযুক্তি

তৃতীয় বৰ্গৰ ঘোষিত ফলাফলে প্ৰমাণ কৰিলে আশংকা কৰাৰ দৰেই হৈছে অ'ভাৰলেপিং - ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি প্ৰকাশিত তৃতীয় বৰ্গৰ বিভাগ বিতৰণ আৰু স্নাতক- স্নাতকত্তোৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাই প্ৰমাণ কৰিছে ভয়াবহ অ’ভাৰলেপিঙৰ সমস্যা। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আশংকা কৰা ধৰণেই হৈছে অ’ভাৰলেপিং। তৃতীয় বৰ্গৰ পদৰ বিভাগসমূহ নিৰ্দিষ্ট কৰাৰ পাছত দেখা গৈছে একেজন প্ৰাৰ্থীয়ে দুটাৰ পৰা চাৰিটা পদলৈ নিৰ্বাচিত হৈছে। একেদৰে নিশা প্ৰকাশ কৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰতো দেখা গৈছে অ’ভাৰলেপিং। একেজন প্ৰাৰ্থীয়ে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাদেশিকীকৃত উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাচনিকৃত হৈছে। এই দুয়োটা বিভাগৰ ফলাফলে প্ৰমাণ কৰিছে যে চৰকাৰে গণি গণি ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ’বগৈ।  অ’ভাৰলেপিঙৰ ফলত ৫১ হাজাৰৰ ঠাইত প্ৰকৃততে ২০/২৫ প্ৰাৰ্থীৰহে নিযুক্তি হ’ব।

 ডি ৱাই এফ আইয়ে যোৱা এপ্ৰিল মাহ অৰ্থাৎ ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টোক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ ৰাষ্টা মুকলি কৰিবলৈ দাবী জনাইছিল। অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ বাবে ডি ৱাই এফ আইৰ স্পষ্ট প্ৰস্তাৱ আছিল- এটা ৱেব প’ৰ্টেল মুকলি কৰি পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা আৰু এক অপেক্ষাৰ তালিকা (Waiting list) প্ৰস্তুত কৰা। কিন্তু চৰকাৰে বিষয়টো উৰুৱাই দি অ’ভাৰলেপিঙৰ কোনো সমস্যাই নহয় বুলি ঘোষণা কৰে। আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে। অকল অভাৰলেপিঙে নহয় গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু নিৰপেক্ষাতকলৈও প্ৰশ্ন উদয় হৈছে। ফলাফল ঘোষণা হ’ল যদিও আজিলৈ সকলো উত্তীৰ্ণৰ এখন তালিকা, তেঁওলোকৰ প্ৰাপ্ত নম্বৰ বা কাট-অফ নম্বৰ ঘোষণা নকৰিলে। এনেবোৰ কথাই বাচনিৰ ক্ষেত্ৰত স্বজন-তোষণ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

ডি ৱাই এফ আইয়ে অসম চৰকাৰৰ ওচৰত পুনৰ দাবী উত্থাপন কৰিছে- নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অ’ভাৰলেপিঙৰ সমস্যা সমাধন কৰক। প্ৰাপ্ত নম্বৰসহ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি ৱেটিং লিষ্টৰ ব্যৱস্থা কৰক।অসমৰ বিজেপি চৰকাৰে নিবনুৱাৰ এই মৰ্ম বেদনা উপলদ্ধি কৰিব নোৱাৰিলে আগন্তুক সময়ত প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি আহিব আৰু প্ৰতাৰক চৰকাৰখনক গাদীচ্যুত হ’বলৈ বাধ্য কৰিব

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd