DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাৰ্চৰ পৰা দেশত ১২-১৪ বছৰ বয়সৰ কিশোৰক ক’ভিদ টিকাকৰণৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2022 8:42 pm
COVID Vaccination in India
128
VIEWS
Share on FacebookShare on Twitter

মাৰ্চৰ পৰা ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰক ক’ভিদ টিকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ক’ভিদ-19 কাৰ্যকৰী গোট গোট NTAGI ৰ অধ্যক্ষ ড০ এন কে অৰোৰাই।

তেওঁ লগতে এই সময়চোৱাৰ ভিতৰত ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰী সকলক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

১৫-১৮ বছৰ বয়সৰ আনুমানিক ৭.৪ কোটি শিশুৰ ভিতৰত ৩.৪৫ কোটিৰো অধিক কিশোৰে ইতিমধ্যে এতিয়ালৈকে কভাক্সিনৰ প্ৰথম পালি লাভ কৰিছে আৰু তেওঁলোকৰ দ্বিতীয় পালি ২৮ দিনৰ ভিতৰত হ’ব বুলি আৰোৰাই সদৰী কৰে।

“এই বয়সৰ কিশোৰসকলে টিকাকৰণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আৰু টিকাকৰণৰ এই গতি অনুসৰি ১৫-১৮ বছৰ বয়সৰ বাকী হিতাধিকাৰীসকলক জানুৱাৰীৰ শেষৰ ফালে প্ৰথম পালি প্ৰদান কৰাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ দ্বিতীয় পালি ফেব্ৰুৱাৰীৰ শেষৰ ফালে কৰা হ’ব বুলি আশা কৰা হৈছে।” ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ (এনটিএজি) কোভিড কাৰ্যকৰী গোটৰ অধ্যক্ষই কয়।

১৫-১৮ বছৰ বয়সৰ সকলোৱে সামৰি লোৱাৰ পিছত চৰকাৰে মাৰ্চ মাহত ১২-১৪ বছৰ বয়সৰ লোকসকলৰ বাবে টিকাকৰণ অভিযান আৰম্ভ কৰাৰ বাবে নীতিগত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়।

তেওঁৰ মতে ১২-১৪ বছৰ বয়সৰ জনসংখ্যা আনুমানিক ৭.৫ কোটি হ’ব।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd