• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থলুৱা ব্যৱসায় বৃদ্ধি কৰাৰ লক্ষ্যৰে কোকৰাঝাৰত হিতাধিকাৰীৰ মাজত বিভিন্ন ঔদ্যোগিক সা-সৰঞ্জাম বিতৰণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 17, 2019 9:22 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে বিটিচিৰ অন্তৰ্গত নিবনুৱা সমস্যা সমাধান কৰা আৰু বিভিন্ন কামৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্যৰাখি সোমাবাৰে হিতাধিকাৰীসকলৰ মাজত অত্যাধুনিক যন্ত্ৰপাতি আৰু সা-সঁজুলি বিতৰণ কৰে।

কোকৰাঝাৰ চহৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহা প্ৰৱন্ধকৰ কাৰ্য্যালয় চৌহদত অনুষ্ঠিত হোৱা যন্ত্ৰ পাতি আৰু সা-সঁজুলি বিতৰণ অনুষ্ঠানত ৬১ গৰাকী হিতাধিককাৰীৰ মাজত বিভিন্নধৰণৰ সঁজুলি বিতৰণ কৰে বিভাগীয় কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে।

বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা সা-সঁজুলিসমূহৰ ভিতৰত সৰিয়হ তেল পেৰা যন্ত্ৰ, ধান ভঙা যন্ত্ৰ, ৰাবাৰ ছীট মেচিন, ষ্টিল ফেব্ৰিকেশ্যন, মাষ্টাৰ অইল ইকস্পেলাৰ, ডিটিপি, বিউটি পাৰ্লাৰৰ সা-সৰঞ্জাম আদিয়ে প্ৰধান।

আনহাতে, হিতাধিকাৰীসকলৰ মাজত সা-সঁজুলি সমূহ বিতৰণ কৰি কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে বিভাগে বিতৰণ কৰা সামগ্ৰীসমূহৰ সৎ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ভূৱা হিতাধিকাৰীসকলৰ ওপৰত বিভাগে চোকা দৃষ্টি ৰাখিব বুলি সকীয়নি প্ৰদান কৰে।

সা-সঁজুলি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধ্যক্ষ তথা যুটীয়া সম্পাদক শুভলক্ষ্মী ডেকা, বিভাগীয় মুৰব্বী নৱ কুমাৰ তালুকদাৰ আৰু বিভাগীয় মহা প্ৰৱন্ধক হিমাংসু দাসকে ধৰি অন্যান্য বিষয়াসকল।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd