• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজালীত চাঞ্চল্য: শাস্তি প্ৰদানৰ নামত ছাত্ৰীক কাণত ধৰি উঠ-বহ কৰোৱালে অধ্যাপিকাই

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
March 13, 2022 9:36 pm
অধ্যাপিকা জয়শ্ৰী দাস(বাওপিনে)

অধ্যাপিকা জয়শ্ৰী দাস(বাওপিনে)

162
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যপিকাই শাস্তি প্ৰদানৰ নামত এগৰাকী ২০ বছৰীয়া ছাত্ৰীক অসমৰ বজালী জিলাৰ পাঠশালৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাৰাণ্ডাত কাণত ধৰি উঠা-বহা কৰিবলৈ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিশ্ববিদ্যালয়খনৰ জয়শ্ৰী দাস নামৰ অধ্যাপিকাগৰাকীয়ে হোৱাটছএপ গ্ৰুপত তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ছাত্ৰীগৰাকীক কাণত ধৰি উঠা-বহা কৰিবলৈ বাধ্য কৰোৱায়।

জয়শ্ৰী দাসৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে তেওঁ ছাত্ৰীগৰাকীক শাস্তি প্ৰদান কৰাটো সঁচা। ভিডিঅ’টোত থকা ছোৱালীজনী তেওঁৰেই ছাত্ৰী। অধ্যপিকাগৰাকীয়ে কয়—’পৰীক্ষাগৃহত কৰ্তব্য পালনৰ ক্ষেত্ৰত মই বহুত কঠোৰ আছিলোঁ। সেয়েহে ছাত্ৰীগৰাকীয়ে এটা হোৱাটছএপ গ্ৰুপত মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। সেয়েহে মই তেওঁক শাস্তি বিহিছিলো’।

ঘটনাটোৱে বজালী অঞ্চলত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। বহু ব্যক্তি আৰু সংগঠনে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ঘটনাটোক তীব্ৰ গৰিহণা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে অধ্যাপিকা দাসৰ বিৰুদ্ধে তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ছাত্ৰীগৰাকীয়ে কয় যে ঘটনাটোৱে তেওঁক মানসিকভাবে কষ্ট দিছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সোমবাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd