• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৈদিক ৰীতি-নীতিৰে যিকোনো স্থানত সম্পন্ন বিবাহ বৈধ: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2025 11:04 am
83
VIEWS
Share on FacebookShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ে হিন্দু ৰীতি-নীতিৰে সম্পন্ন বিবাহৰ বৈধতা সন্দৰ্ভতপ্ৰদান কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। এটা গোচৰৰ শুনানিৰ সময়ত ন্যায়ালয়ে উল্লেখ কৰে যে, স্থানৰ কোনো গুৰুত্ব নাই; হিন্দু ৰীতি-নীতি অনুসৰি মন্দিৰ, ঘৰ বা মুকলি যিকোনো ঠাইত হোৱা বিবাহ বৈধ।

আৰ্য সমাজৰ মন্দিৰত হিন্দু দম্পতীৰ বিবাহৰ বৈধতা প্ৰশ্ন উত্থাপন কৰি আদালতত এটা গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ৰায় দান দি ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ নেতৃত্বত বিচাৰপীঠে জানায় যে, যদি বিবাহ বৈদিক পৰম্পৰা বা হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হয়—য’ত কন্যাদান, পানীগ্ৰহণ, সপ্তপদী আৰু সেন্দূৰদানৰ মন্ত্ৰ অন্তৰ্ভুক্ত থাকে—তেন্তে ‘হিন্দু বিবাহ আইন, ১৯৫৫’ৰ ধাৰা ৭ অনুসৰি সেই বিবাহ বৈধ। আৰ্য সমাজৰ মন্দিৰত হোৱা বিবাহৰ প্ৰমাণপত্ৰ আইনীভাৱে সম্পূৰ্ণ নহ’ব পাৰে, কিন্তু ইয়াক ‘আৱৰ্জনা’ বুলি ধৰিব নোৱাৰি। পুৰোহিতৰ সাক্ষ্য আৰু ভাৰতীয় সাক্ষ্য আইন, ২০২৩ অনুসৰি ইয়াৰ বৈধতা প্ৰতিপন্ন হয় বুলি উল্লেখ কৰে আদালতে।

উল্লেখ্য যে আবেদনকাৰী মহাৰাজ সিঙে দণ্ডবিধিৰ ধাৰা ৪৯৮-এ অনুযায়ী বাৰেলীৰ আদালতৰ গোচৰ বাতিল কৰিবলৈ আবেদন জনায়, কয় যে তেওঁৰ বিবাহ আৰ্য মন্দিৰত হোৱাৰ ফলত বৈধ নহয়। তেওঁ দাবী কৰে যে প্ৰমাণপত্ৰ ভুলকৈ তৈয়াৰ কৰা হৈছিল আৰু কোনো বিবাহ হোৱা নাছিল। কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি জানায় যে হিন্দু ৰীতি-নীতি অনুসৰি হোৱা বিবাহ স্থানৰ উপৰত নিৰ্ভৰ নকৰে। আদালতে ঐতিহাসিকভাৱে ‘সনাতন ধৰ্ম’ হিচাপে চিনাক্ত হিন্দু ধৰ্মৰ গতিশীলতা উল্লেখ কৰি পঞ্জীয়ন ন’হলেও বিবাহ বৈধ হ’ববুলি মত প্ৰকাশ কৰে।

Recent News

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd