• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিলা প্ৰশাসনৰ নিৰ্দেশকক অমান্য কৰি শিৱসাগৰত চোৰাংকৈ বিক্ৰী খাৰুপেটীয়াৰ পাচলি

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 10, 2020 5:12 pm

1 min read

sivasagr story

শিৱসাগৰত উদ্ধাৰ হোৱা পাচলি খিনি

2k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ ল’কডাউনৰ নিৰ্দেশনা উলংঘা কৰি শিৱসাগৰত একাংশ সন্দেহজনক ব্যক্তিয়ে চোৰাং ভাৱে পাচলি বিক্ৰী কৰি আহিছিল।

শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে এচাম দুষ্ট চক্ৰই এইদৰে খাৰুপেটীয়াৰ পৰা চোৰাংকৈ গাড়ীয়ে গাড়ীয়ে বিভিন্ন পাচলি আনি বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰি আজি শিৱসাগৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক দেৱজিৎ বুজৰবৰুৱা আৰু ৰিপুন বৰগোঁহাইৰ নেতৃত্বত এটা দলে অভিযান চলাই লক্ষাধিক টকাৰ মূল্যৰ পাচলি জব্দ কৰে।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া অহাৰ খবৰ পোৱাৰ লগে লগেই পাচলি বিক্ৰী কৰি থকা সন্দেহজনক ব্যক্তিকেইজন পলাবলৈ সক্ষম হয় যদিও পাচলি ভৰ্তি গাড়ী এখন আৰক্ষীয়ে জব্দ কৰে।

উল্লেখ যোগ্য যে, শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত খাৰুপেটীয়াৰ পৰা পাচলি আমদানি কৰা আৰু বিক্ৰী কৰাটো নিষিদ্ধ কৰি এক নিৰ্দেশ জাৰি কৰিছিল যদিও প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি কেনেকৈ পাচলি বিক্ৰী কৰি আছিল সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।

Tags: COVID-19

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd