• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনৰ গইনা লৈ শিৱসাগৰত বিজেপিৰ প্ৰভাৱশালী নেতাই চলাইছে পাচলিৰ চিণ্ডিকেট

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 30, 2020 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ বাবে দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ থকাৰ বিপৰীতে একাংশই ইয়াৰ গইনা লৈ চিণ্ডিকেট চলাই পকেট গৰম কৰাত নামি পৰিছে। শাসকীয় দল বিজেপিৰ প্ৰভাৱশালী নেতাৰ চত্ৰছায়াত চলিছে এই চিণ্ডিকেট কাৰ্য্য।

শিৱসাগৰ জিলাৰ নাজিৰা-শিমলুগুৰিত এতিয়া চলিছে সেউজীয়া পাচলিৰ চিণ্ডিকেট। প্ৰতিখন পাচলিৰ গাড়ীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে চিণ্ডিকেট চক্ৰটোৱে।

Apply Now

নাজিৰাৰ বিজেপিৰ প্ৰভাৱশালী নেতা ডাঃ প্ৰৱীণ কোঁৱৰ, যুৱ নেতা পলাশ প্ৰতীম শইকীয়া আৰু সৌৰভ দত্তকে ধৰি বহু নেতা এই চক্ৰত জড়িত থকাৰ অভিযোগ। আনকি চিণ্ডিকেটৰ ধনেৰেই নাজিৰাৰ এটা কুৱাৰেণ্টাইন চেন্টাৰত প্ৰতিদিনে আহাৰ যোগান ধৰা হয়।

সাংবাদিকৰ গোপন অভিযানত ফাদিল হয় এই তথ্য। চিণ্ডিকেটত জড়িত এজন যুৱকে সাংবাদিকৰ গোপন কেমেৰাত কেনেদৰে প্ৰতিখন গাড়ীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে, কোন কোন বিজেপি নেতা জড়িত হৈ আছে এই কথা প্ৰকাশ কৰে।

যুৱকজনে প্ৰকাশ কৰা মতে নাজিৰাৰ নৱোদয় বিদ্যালয়ত থকা কুৱাৰেণ্টাইন শিবিৰত থকা ব্যক্তিসকলক খিচিৰি খুৱাবৰ বাবে চলোৱা হৈছে এই পাচলিৰ চিণ্ডিকট।

ইফালে চিণ্ডিকেটৰ টকাৰে প্ৰশাসনে কুৱাৰেণ্টাইন শিবিৰৰ ব্যক্তিসকলক খাদ্য যোগান ধৰা কাৰ্যই নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন মন্ত্ৰী যোগেন মহনে নাজিৰা নৱোদয় বিদ্যালয়ত স্থাপন কৰা কুৱাৰেণ্টাইন শিবিৰৰ বাবে পাঁচ লাখ টকাৰ অনুদান পোৱাৰ পাছতো প্ৰায় ৭৫জন লোকৰ খাদ্যৰ বাবে চিণ্ডিকেট চক্ৰই কিয় আহাৰ যোগান ধৰিব লগীয়া হৈছে বুলি সচেতন মহলে প্ৰশ্ন তুলিছে।

উল্লেখযোগ্য যে পাচলি বিক্ৰীৰ বাবে নিষিদ্ধ শিমলুগুৰিৰ বুধবৰীয়া সাপ্তাহিক বজাৰত ল’কডাউনৰ কোনো নীতি নিৰ্দেশনা নামানি চিণ্ডিকেট চক্ৰই আজি পাচলি বিক্ৰী কৰে। মাস্ক পৰিধান নকৰি কোনো ধৰণৰ সামাজিক দূৰত্ব নিয়ম নামানি শিমলুগুৰি বজাৰত পাচলি বিক্ৰী কৰা দেখা যায়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd