• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বয়োবৃদ্ধ ভায়লিন বাদক উপানন্দ ব্ৰহ্মচাৰী আজি  সম্বলহীন, পোৱা নাই শিল্পী পেঞ্চন

বিভিন্ন জনৰ পৰা সহায়ৰ বাবে অনুৰোধ

ইয়াছিন আলী by ইয়াছিন আলী
December 18, 2018 4:46 pm
photo from Yeasin Ali, Kokila -20181218-WA0002
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন জনে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে নিজৰ পাৰদৰ্শিতা দেখোৱাই দেশত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এসময়ৰ বিখ্যাত বিখ্যাত থিয়েটাৰত ভায়লিন বজাই জীৱিকা নিৰ্বাহ কৰা অৰ্থাৎ কবলৈ গ লে সেই সময়ৰ ভায়লিন মাষ্টাৰ জন আজি অসহায়। যাৰ ভায়লিনৰ সুৰে দেউলীয়া কৰিছিল দৰ্শকক। সেই জন ব্যক্তি হল বৰ্তমান বাক্সা জিলাৰ নিবাসী উমেশ বৰ্মন। সকলোয়ে যাক উপানন্দ ব্ৰহ্মচাৰী বুলিয়েই জানে৷

প্ৰায় ৯৫ বছৰ গৰকা এইজন ভায়লিন বাদক আজি সম্বলহীন । আজিও শিল্পীজনৰ ভায়োলিন বাদনৰ শিষ্যই ভ্ৰাম্যমানৰ লগতে সাংস্কৃতিক  জগতত ভায়োলিন বজাই জীৱিকা নিৰ্বাহ কৰি আছে বুলি জানিবলৈ দিয়ে পৰিয়ালবৰ্গই।

Apply Now

অসমৰ বিখ্যাত সংগীত শিল্পী প্ৰয়াত প্ৰতিমা পাণ্ডেকে ধৰি  বহু বিখ্যাত শিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা  পোৱা এইগৰাকী শিল্পীৰ এতিয়া এই সংসাৰখনত জীয়াই থকাটোৱোই কঠিন হৈ পৰিছে ৷ ১৯২৩ চনত বাক্সা জিলাৰ উন্নিগুৰিত জন্ম গ্ৰহণ কৰা এই শিল্পীজনে আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে বাক্সা জিলাৰে চুক্ৰংবাৰীত থাকিবলৈ লয়৷ কিন্তু বৰ্তমান শিল্পীজনৰ নাজল-নাথল অৱস্থা হৈছে। থকাৰ বাবে এটা ঘৰ আছে যদিও এজাক বৰষুণ আহিলে  ঘৰৰ মজিয়াত বানপানী হয়। শিল্পীগৰাকীৰ থকাৰ বাবে নাই এটা ভাল ঘৰ। পোৱা নাই বয়স অনুপাতে লাভ কৰিবলগীয়া চৰকাৰী সা-সুবিধা। এসময়ৰ সংগীত সাধক শিল্পীগৰাকীয়ে টকাৰ অভাৱত আজি এসাঁজ ভালকৈ খাবলৈ নাপায় ৷

উল্লেখ্য যে ২০০৭ চনৰ ১৫ আগষ্টত অসম চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰে শিল্লী উমেশ বৰ্মনে। এককালীন চৰকাৰী সাহাৰ্য্য পোৱা শিল্পীগৰাকীয়ে কিন্তু আজি পৰ্যন্ত পোৱা নাই শিল্পী পেঞ্চন।

এতিয়াওঁ চৰকাৰৰ সঁহাৰিৰ অপেক্ষাত আছে এইগৰাকী সহায় সম্বলহীন শিল্পী। জীৱনৰ অন্তিম সময়ত চৰকাৰে যাতে বয়োজেষ্ঠ শিল্পী গৰাকীলৈ যিকোনো প্ৰকাৰে সহায় আগবঢ়ায় তাৰ বাবে অনুৰোধ জনায় পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে। তাৰোপৰি যদি কোনো হৃদয়বান ব্যক্তিয়ে এইজন ব্যক্তিলৈ সহায় কৰিব বিচাৰে তেন্তে শিল্পীগৰাকীৰ নাতি ধ্ৰুৱৰাজ পাঠকৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ-8811844553 ত নাইবা 9957266297 ।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd