• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট কবি,সাহিত্যিক জয়ৰাম নাথৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 5, 2020 5:30 pm

1 min read

a jayram
12.4k
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ হাতীপাত শিমলুগুৰি নিবাসী তথা মৰিগাঁও জিলাৰ বিশিষ্ট কবি জয়ৰাম নাথ আজি পুৱা ৬ বজাত নিজা বাসভৱনত বাদ্ধৰ্ক্যজনিত কাৰণত মৃত্যু হয়।

১৯৩৭চনৰ ৬ ডিচেম্বৰত মৰিগাঁও জিলাৰ  হাবিবৰঙাবাৰীত জন্ম গ্ৰহণ কৰা নাথে ৮৪ বছৰ বয়সত পত্নী, পুত্ৰ,বোৱাৰী নাতি, নাতিনী আৰু অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

তেখেতৰ ন’খন গ্ৰন্থ প্ৰকাশৰ লগতে “সোৱণশিৰিৰ সোণচেকুৰা” ছনেট পুথি আছিল।

“কল্পদ্ৰুম” খিতাপেৰে  পৰিচয়   লাভ কৰা নাথ এগৰাকী বিশিষ্ট কবি ,সাহিত্যিক গীতিকাৰ ৰূপে সাহিত্য সভা,কবি সন্মিলনৰ লগেত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সমৰ্ধনা, সন্মান লাভ কৰিছিল।

লগতে  কৃৰ্তি শিক্ষক ৰূপেও সন্মান অৰ্জন কৰিছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংগঠক নাথে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপ- সভাপতি আছিল।

তেখেতৰ মৃত্যুত অঞ্চলৰ লগতে জিলা খনত গভীৰ শোকৰ ছাঁ পৰিছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd