• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তমন্নাৰ সৈতে প্ৰেমত মচগুল! তাৰমাজতে নিজৰ এক গোপন অসুখৰ কথা জনালে বিজয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 9:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মুহূৰ্তত বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেতা। পৰিচালক জয়া আখতাৰৰ ছবি ‘গলী বয়’ৰ পৰাই তেওঁৰ যাত্ৰা আৰম্ভ হয়। ইয়াৰ পিছত বিজয় বাৰ্মাই নিজৰ অভিনয় দক্ষতাৰে বলীউডত প্ৰতিষ্ঠা লাভ কৰে। ‘ডাৰ্লিংছ’, ‘দহৰ’, ‘মিৰ্জাপুৰ’ আদি ছবি আৰু ছিৰিজত কাম কৰিছে।

তেওঁৰ অভিনয়ৰ প্ৰশংসা হোৱাৰ লগে লগে তেওঁ বক্স অফিচতো সফলতা অৰ্জন কৰিছে। যদিও প্ৰথমে তেওঁ ডাঙৰ পৰ্দাত অভিনয় কৰিছিল, বিজয়ে অ’টিটিৰ জৰিয়তেও সফলতা লাভ কৰিছে।

লগতে পঢ়কঃ অক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

Apply Now

সম্প্ৰতি অভিনেত্ৰী তমন্নাহ ভাটিয়াৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক বলীউদত বহু চৰ্চিত। এইবাৰ বিজয়ে নিজৰ এক অসুখৰ কথা জনালে। ভিটিলিগো (শ্বেত ৰোগ) বহু বছৰ ধৰি তেওঁৰ শৰীৰত আছে। কিন্তু পৰ্দাত বুজি পোৱা নাযায়। মেকআপৰ সহায়ত ঢাকি ৰখা হয়। তেন্তে এইটোৱে তেওঁৰ অস্বস্তিৰ কাৰণ নেকি?

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ বগা দাগবোৰ বেছিভাগ সময়তে প্ৰসাধন সামগ্ৰীৰে ঢাকি ৰাখে। কাৰণ তেওঁৰ অভিনয় যেতিয়া দৰ্শকে চাব তেতিয়া পৰ্দাত তেওঁৰ অভিনয়ৰ বাহিৰে আন দেখাটো তেওঁ নিবিচাৰে যিয়ে অতিৰিক্ত মনোযোগ আকৰ্ষণ কৰে। যদিও এটা সময় আছিল যেতিয়া এই ৰোগে তেওঁক চিন্তিত কৰি তুলিছিল।

লগতে পঢ়কঃ ধৰ্ষণ কেনেকৈ ৰোধ কৰিব পাৰি? জনালে বলীউডৰ প্ৰবীণ অভিনেত্ৰী শ্বাবানা অজমীয়ে

বিজয়ৰ ভাষাত “যদিও এইটো কোনো ডাঙৰ বিষয় নহয়, কিন্তু মই লাইট মেকআপেৰে ঢাকি ৰাখো। আচলতে এজন অভিনেতাৰ বাবে সেয়া সৰু কথাও নহয়। কেতিয়াবা ভাবো, যদি ই মোৰ কেৰিয়াৰৰ বাটত বাধাৰ সৃষ্টি কৰে? কিন্তু ভাগ্য ভাল যে মই কেতিয়াও তেনেকুৱা একোৰে সন্মুখীন হ’বলগীয়া হোৱা নাই। যেতিয়ালৈকে মোৰ হাতত কাম আছে, তেতিয়ালৈকে মই ইয়াৰ বাবে চিন্তা নকৰো।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd