DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজাৰগৃহ নিৰ্মাণত অনিয়ম : হস্তক্ষেপ বিচাৰি উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কাচাৰীঘাটবাসীৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
September 20, 2018 7:52 pm
proxy.duckduckgo.com
109
VIEWS
Share on FacebookShare on Twitter

যি সময়ত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দাবী কৰিছে আৰু আনহাতে গাঁও পঞ্চায়ত পৰ্যায়ত তেওঁৰ বিষয়া কৰ্মচাৰীয়ে ৰাজহুৱা ধন আত্মসাৎ কৰাৰ এটা সুযোগো হাতৰ পৰা এৰি দিয়াৰ পক্ষত নথকাটো প্ৰতিপন্ন হৈছে। কিন্তু এই ক্ষেত্ৰত কেতিয়াবা জনসাধাৰণো জাগি উঠাৰ ঘটনা পৰিলক্ষিত হয়।

তেনে এটা ঘটনাৰ সাক্ষী হৈছে ধুবুৰীৰ পৰা ১৫ কি:মি: দূৰত্বত অৱস্থিত কাচাৰীঘাট গাঁও। কাচাৰীঘাটত ২৫ লাখ টকা ব্যয়সাপেক্ষ ৩টা বজাৰগৃহ নিৰ্মাণৰ কামত চৰম অনিয়মৰ অভিযোগ তুলি কাচাৰীঘাটৰ গাঁৱবাসীয়ে ধুবুৰীৰ জিলা উপায়ুক্তলৈ এখন লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ আৰু ব্যক্তিগত তদন্তৰ দাবী কৰে।

কাচাৰীঘাটৰ মোছাফাকুল আজাদ নামৰ এজন লোকে অভিোযগ তুলিছে যে ১৩সংখ্যক বিত্ত আয়োগৰ অধীনত কাচাৰীঘাটত বজাৰগৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰে ২৫,০০০ টকা অনুমোদন কৰিছিল যদিও প্ৰকল্পটো ৰূপায়িত কৰাৰো দায়িত্বত থকা ধুবুৰী জিলা পৰিষদৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীসকলে  এই ধনখিনি হৰণলুকী কৰিছে। ৩টা বজাৰগৃহৰ দুটা সম্পূৰ্ণ কৰি কাগজে-কলমে তিনিওটাই সম্পূৰ্ণ কৰাটো দেখুৱাই টকাখিনি হস্তগত কৰিছে।

অভিযোগটোত গাঁৱবাসীয়ে অৰু অভিযোগ কৰে যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বজাৰগৃহদুটাৰ নিৰ্মাণ অতি নিম্ন মানদণ্ডৰ হৈছে।

Recent News

এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd