• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট তৰফাৎ গাঁৱত পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে গাঁওবাসীৰ প্ৰতিবাদ

মীনাক্ষী ফুকন, গোলাঘাট by মীনাক্ষী ফুকন, গোলাঘাট
September 28, 2021 3:29 pm
Golaghat protest

ফটো: নৰ্থইষ্ট নাও।

132
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ তৰফাৎ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত পঞ্চায়তত চলি থকা  দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ নামিল গঞা ৰাইজ।

অভিযোগ অনুসৰি পঞ্চায়তৰ বিভিন্ন আঁচনি তথা জব কাৰ্ডৰ ব্যাপক দুৰ্নীতি চলিছে গোলাঘাটৰ গাঁও পঞ্চায়তত।

পঞ্চায়তৰ সভাপতি বিকুল গগৈ, ৩ নং ৱাৰ্ড সদস্য আৰবিন্দ লালা আৰু পঞ্চায়তৰ পূৰ্বৰ সচিব ৰফিকুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ এই অভিযোগ ৰাইজৰ।

পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ  অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ইয়াৰোপৰি ২০১৯ চনৰ পৰা জব কাৰ্ডৰ কৰ্মচাৰী সকলক প্ৰাপ্য ধন প্ৰদান কৰা নাই পঞ্চায়তে।

জব কাৰ্ডৰ সমুদায় ধন পঞ্চায়ত সভাপতি বিকুল গগৈ আৰু অৰবিন্দ লালাই আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ আনিছে গঞা ৰাইজে ।

অনতিপলমে চৰকাৰক গোলাঘাট গাওঁ পঞ্চায়ত হোৱা দুৰ্নীতিৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd