• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হাৰিয়ানাৰ ৰাজনীতিত খলকনি তুলি জয় লাভ ১০০ গ্ৰামৰ বাবে অলিম্পিকত অযোগ্য হোৱা বিনেশ ফোগাট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 8, 2024 5:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মল্লযুঁজৰ পথাৰত নহয়! ৰাজপথৰ সংগ্ৰামতো নহয়!  এইবাৰ ৰাজনীতিৰ পথাৰত বৃহৎ জয় বিনেশ ফগাটৰ। ৰাজনীতিৰ পথাৰত নামিয়েই চিক্স কোবালে বিনেশে!

৫ বছৰ বয়সৰ পৰা মল্লযুঁজৰ সৈতে জড়িত হৈ অৱশেষত বিনেশ নামিল ৰাজনীতিৰ পথাৰত। পেৰিছ অলিম্পিত মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবে সোণৰ মেডেলৰ পৰা বঞ্চিত হোৱা বিনেশ ফগাটে ৬০১৫ টা ভোটৰ ব্যৱধানত জয়ী হ’ল। 

Apply Now

হাৰিয়ানাৰ জিন্দ জিলাৰ জুলানা বিধানসভা সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিছিল বিনেশ ফোগাটে। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন বিজেপিৰ যোগেশ কুমাৰ বৈৰাগী আছিল ফগাটৰ প্ৰতিদ্বন্দী।

গণনা আৰম্ভ হোৱাৰ প্ৰথম সময়ছোৱাত যোগেশ আগুৱাই থাকিলেও কিছু সময়ৰ ভিতৰতে তেওঁক পিছ পেলাই আগুৱাই যায় বিনেশ।  কিন্তু তৃতীয় ৰাউণ্ডত হঠাৎ বিনেশক পিছ পেলাই অগ্ৰগতি লাভ কৰে যোগেশ।

তেতিয়া দুয়োৰে মাজত তিনি হাজাৰ ভোটৰ ব্যৱধান আছিল। পঞ্চম ৰাউণ্ডৰ শেষৰ পৰাই ব্যৱধান কিছু কমিবলৈ লয়। সপ্তম ৰাউণ্ডত ৩৮টা ভোটত আগবাঢ়ে বিনেশ। একাদশ ৰাউণ্ডৰ শেষত সেই ব্যৱধান বাঢ়ি প্ৰায় ৬ হাজাৰ হয়গৈ।

চতুৰ্দশ ৰাউণ্ডলৈকে পাঁচ হাজাৰৰ ব্যৱধান ধৰি ৰাখে বিনেশে। ১৪ টা ৰাউণ্ডৰ অন্তত মুঠ ৬০১৫ টা ভোটৰ ব্যৱধানত জয়ী হয় বিনেশ ফগাট।

পেৰিচ অলিম্পিকৰ পৰা মাত্ৰ এটা খোজৰ পৰা বঞ্চিত হোৱা  অৰ্থাৎ ১০০ গ্ৰাম বৰ্দ্ধিত ওজনৰ বাবে বহিস্কাৰ হোৱা বিনেশ ফগাটে ৰাজনীতিৰ প্ৰথম ইনিংছতে জয়ৰ মুখ দেখিবলৈ পালে। বৰ্দ্ধিত ওজনৰ বাবে আশা নিৰ্বাপিত হোৱাত মল্লযুঁজৰ পৰাই অৱশৰ লৈছিল বিনেশে। কিন্তু তাৰ পাছতো বিনেশ বহি থকা নাছিল বা ভাগৰি পৰা নাছিল। খেল এৰি ৰাজনীতিৰ পথাৰত খোজ দিয়েই যেন প্ৰথমতেই চিক্সাৰ কোৱালে বিনেশ ফগাটে।

উল্লেখনীয় কথা এয়ে যে ২০০৫ চনৰ পৰা কংগ্ৰেছে জোলানা সমষ্টি দখল কৰিব পৰা নাছিল। কিন্তু মল্লযোদ্ধা বিনেশৰ বাবেই যেন সেয়া সম্ভৱ হৈ উঠিল। জোলানাৰ বোৱাৰী বিনেশৰ জয়ত সুখী তেওঁৰ স্বামীৰ পৰিয়ালো। বিনেশৰ বিজয়ৰ পাছতেই এতিয়া জোলানাত বৈছে আনন্দৰ জোৱাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd