DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তৰপ্ৰদেশ : মন্দিৰত পানী খাবলৈ যোৱাৰ বাবেই প্ৰহাৰ এজন মুছলিম ল’ৰাক, আটক এজন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 4:58 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ গাজীয়াবাদত এজন লোকক আটক কৰা হৈছে।

ভিডিঅ’টোত দেখা গৈছিল যে এটা মন্দিৰলৈ পানী খাবলৈ যোৱা এজন ল’ৰাক এজন লোকে নাম সুধিছে আৰু তাৰপাছতে ল’ৰাজনক অমানৱীয় আচৰণ আৰু সন্মানহানি কৰিছে।

তদুপৰি ভীতিগ্ৰস্ত ল’ৰাজনক প্ৰহাৰ কৰাও দেখা গৈছে।

This Shirin Yadav is a criminal but @ghaziabadpolice will not take any action kyunki kisi ne abhi tak complaint nahi ki na

Shame on you @Uppolice https://t.co/IL0TH4GMyO

— Kapil (@kapsology) March 12, 2021

ল’ৰাজন মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেই এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সম্মুখীন হয়।

ভিডিঅ’ক্লিপটোৰ ভিত্তিত পঞ্জীয়ন হোৱা এখন এজাহাৰৰ ভিত্তিত লোকজনক আটক কৰা হৈছে।

লোকজনৰ নাম শৃংগী নন্দন যাদৱ বুলি জানিব পৰা গৈছে।

যাদৱৰ ঘৰ বিহাৰৰ ভগলপুৰত বুলি আৰক্ষীয়ে জনাইছে।

ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

Recent News

মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Maharashtra Political Crisis

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচা-কিনা ৰাজনীতিৰ ঠিকাদাৰ: কটাক্ষ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd