• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধোনীক অতিক্ৰমি প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত কোহলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 30, 2020 7:14 am

1 min read

viratkohli-08-1510122373
14.1k
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ভাঙিলে মহেন্দ্ৰ সিং ধোনীৰ অনবদ্য অভিলেখ। ইয়াৰ দ্বাৰা  প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত স্থান লাভ কৰিলে কোহলিয়ে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া ছিৰিজৰ দ্বিতীয়খন মেচত নিজৰ অৰ্দ্ধ শতৰাণ কৰাৰ পথত কোহলিয়ে ৭টা চাৰি কোবায়। মেচখনত প্ৰথমটো বাউণ্ডেৰি মৰাৰ লগে লগে কোহলিয়ে এদিনীয়া ক্ৰিকেটত ধোনীৰ ৪৯৯টা চাৰি মৰাৰ অভিলেখ ভংগ কৰে।

কোহলিয়ে নিজৰ ইনিংছটোৰ দ্বিতীয়টো চাৰি মৰাৰ লগে লগে অধিনায়ক হিচাপে ধোনীক অতিক্ৰমি ৫০০টা বাউণ্ডেৰিৰ অভিলেখ স্পৰ্শ কৰে।

কোহলিৰ এদিনীয়া ক্ৰিকেটত মুঠ বাউণ্ডেৰিৰ সংখ্যা হ’লগৈ ৫০৫টা। এই সূত্ৰে কোহলিয়ে বিশ্বৰ চতুৰ্থগৰাকী তথা  ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে ৫০০টা বাউণ্ডেৰিৰ ক্লাৱত প্ৰৱেশ কৰিলে।

অধিনায়ক হিচাপে কোহলিতকৈ অধিক চাৰি মৰাৰ অভিলেখ আছে অষ্ট্ৰেলিয়াৰ ৰিকি পন্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিং আৰু দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথৰ।

অধিনায়ক হিচাপে ৰিকি পন্টিঙে ৭৯৪টা চাৰি মাৰিছে। ষ্টিফেন ফ্লেমিঙে মাৰিছে ৬৭০টা চাৰি। সেইদৰে গ্ৰেম স্মিথে ৬৩০টা চাৰি মৰাৰ অভিলেখ গঢ়িছে।

এতিয়া এই তালিকাত কোহলি চাৰি নম্বৰত স্থান লাভ কৰাৰ বিপৰীতে ধোনী পাঁচ নম্বৰ স্থানলৈ নামিল।

আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইখন মেচতেই বিৰাট কোহলিয়ে আন্তৰ্জাতিক ক্ৰিকেটত ২২হাজাৰ ৰাণৰ সীমা অতিক্ৰম কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd