• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনে কয় ভগৱান ‘স্পৰ্শাতীত’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 10:37 pm
14.4k
VIEWS
Share on FacebookShare on Twitter

‘ক্ৰিকেটৰ ভগৱান’! ১৬ বছৰ বয়সত ২২ গজত আত্মপ্ৰকাশ কৰা এটি তৰুণ কিশোৰ কালক্ৰমত হৈ পৰিছিল ক্ৰিকেটৰ ভগৱান! নহ’ব কিয়, ২৪ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত তাৰকাগৰাকীয়ে সংগ্ৰহ কৰিছিল ত্ৰিশ সহস্ৰাধিক ৰাণ, নিজৰ নামত সন্নিৱিষ্ট কৰিছিল প্ৰায় ক্ৰিকেটীয় অভিলেখ। হৈ পৰিছিল জীৱন্ত কিংবদন্তি।

কোৱা হয়, ভগৱান স্পৰ্শাতীত! পিছে এই ধাৰণা যেন ভুল প্ৰমাণ কৰিবলৈকে ২২ গজৰ ন-মহাতাৰকা হৈ ‘মেন ইন ব্লু’লৈ আগমণ ঘটিছিল কোহলীৰ। প্ৰায় সলনি কৰি দিছিল ক্ৰিকেটৰ সমীকৰণ। হৈ পৰিল মডাৰ্ণ ডে’ ক্ৰিকেটৰ মহানায়ক।

ক্ৰিকেট বিশেষজ্ঞই দিবলৈ বাধ্য হৈছিল নতুন অভিধা, বিৰাট ‘দ্য আনষ্টপেবল ৰাণমেচিন’ কোহলী। অনুৰাগীৰ প্ৰাণৰ তাৰকা কিং কোহলী। এতিয়া কোহলীয়েই যেন হৈ পৰিছে ক্ৰিকেটৰ ‘ফেচ্’! শচীনে গঢ়ি যোৱা অভিলেখৰ লিপিত কোহলীয়ে ন-কৈ লিখিছিল নিজৰ নাম।

ইটোৰ পিছত সিটোকৈ অভিলেখৰ ভঙা-পতাৰ ক্ৰম: গতিশীল পথত আজি কোহলীয়ে স্পৰ্শ কৰিলে এক পৰম আকাংক্ষিত অভিলেখ। স্পৰ্শ কৰিলে ক্ৰিকেটৰ

এই শতকীয় ইনিংছটোৰে কোহলীয়ে শচীন টেণ্ডুলকাৰৰ নামত থকা এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ৰ সৰ্বাধিক শতকৰ অভিলেখ স্পৰ্শ কৰে। শচীনে নিজৰ শচীনে নিজৰ ৪৫১ তম ইনিংছত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে কোহলীয়ে ২৭৭ তম ইনিংছতে লাভ কৰে এই সাফল্য।

লক্ষণীয়ভাৱে, আজি আছিল আধুনিক ক্ৰিকেটৰ এই মহাতাৰকাগৰাকীৰ জনমদিন। জীৱনৰ এই বিশেষ দিনটোতে তাৰকাগৰাকীৰ এই সাফল্যই উদ্বাউল কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক তথা ক্ৰিকেট বিশ্বক।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd