DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিৰাট কোহলীক অনুৰাগীয়ে উপহাৰ দিলে এখন বিশেষ প’ট্ৰেইট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 1:35 pm
birat fan

ফটো সৌজন্য: বিচিচিআইৰ ভিডিঅ' ক্লিপ

757
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টী-২০ খেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীক দেওবাৰে এগৰাকী অনুৰাগীয়ে এক বিশেষ উপহাৰ আগবঢ়ায়।

অনুৰাগী গৰাকীয়ে ভাৰতীয় অধিনায়কগৰাকীক লগ ধৰি  পুৰণি তথা জৰাজীৰ্ণ  মোবাইল ফোন আৰু তাঁৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰি এখন প’ট্ৰেইট উপহাৰ দিয়ে।

ৰাহুল নামৰ এই বিৰাট অনুৰাগী গৰাকীয়ে পাছত সদৰী কৰে যে পট্ৰেইটখন প্ৰস্তুত কৰোতে তেওঁৰ তিনি দিন তিনিৰাতি সময় লৈছিল।

Making art out of old phones.
How is this for fan love! ?? #TeamIndia @imVkohli pic.twitter.com/wnOAg3nYGD

— BCCI (@BCCI) January 5, 2020

কোহলীয়ে ভাৰতীয় দলটো থকা হোটেলখনত অনুৰাগী গৰাকীক সাক্ষাৎ কৰাৰ পাছত প’ট্ৰেইটখনত স্বাক্ষৰো কৰে।

অনুৰাগীৰ সৈতে বিৰাটৰ এই সাক্ষাতৰ গোটেই কথা খিনি ভিডিঅ’ কৰা হয় আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ ছচিয়েল মিডিয়া পেজত প’ষ্ট কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত-শ্ৰীলংকাৰ মাজত নৱবৰ্ষত টী-২০ আন্তৰ্জাতিক ছিৰিজৰ প্ৰথমখন মেচ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd