• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই বাবে ৰোহিত শৰ্মাক বিৰাট কোহলীতকৈ ভাল বেটছমেন আখ্যা দিলে ছেহৱাগে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 9, 2019 7:02 am

1 min read

Sehwag and Rohit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন টি-২০ খেলত ৮৫ ৰাণৰ বিধ্বংসী ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ।

ছেহৱাগে দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীতকৈও ৰোহিত শৰ্মা বেছি সফল বুলি কয়।

‘দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাই যি ধৰণৰ স্থিৰতা দেখুৱাইছে সেয়া বিৰাট কোহলীতকৈ উৰ্ধত,’ ছেহৱাগে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ৰোহিত শৰ্মাই কেৰিয়াৰৰ ১০০ সংখ্যক টি-২০ খেলত অংশ গ্ৰহণ কৰে আৰু নিজৰ ১০০ সংখ্যক খেলক স্মৰণীয় কৰি মাত্ৰ ৪৩ টা বলত ৮৫ ৰাণ সংগ্ৰহ কৰি ম্যেন অব দ্যা মেচ নিৰ্বাচিত হয়।

আনহাতে, খেলৰ অন্তত ভাৰতীয় দলৰ স্পীনাৰ য়ুবেন্দ্ৰ চহলে লোৱে এটা সাক্ষাৎকাৰত ৰোহিতে তেওঁ এটা অভাৰত একেলগে তিনিটা ছিক্স কোবোৱাৰ পাছত চতুৰ্থ বলতো ছিক্স কোবাব বিচাৰিছিল।

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা তিনিখন খেলৰ টি-২০ শৃংখলাত দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত বাংলাদেশে জয়লাভ কৰাৰ বিপৰীতে ৰজকোটত ভাৰতীয় দলে জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd