• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 3:32 pm

1 min read

a mime
215
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত অসমৰ প্ৰতিষ্ঠিত মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত গুৱাহাটীৰ মাইম অকাডেমীৰ উদ্যোগত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সহযোগিতাত ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে প্ৰতি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হৈছে ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ৷

পঞ্চমবাৰৰ বাবে ভাৰ্চুৱেলি আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটীৰ মাইম অকাডেমীৰ ৰ’চন হক,পশ্চিম বংগৰ দেৱ কুমাৰ পাল,শোভেন্দু মুখপাধ্যায়,ৰতন চক্ৰৱৰ্তী,উজ্জয়িনীৰ মাইম এডুকেচন ছচাইটিৰ জিতেন্দ্ৰ তট্‌ৱাল,আছাম মাইম এণ্ড স্কিট থিয়েটাৰৰ সঞ্চালক কুলদীপ পাটগিৰী,ত্ৰিপুৰাৰ লিটিল ড্ৰামা গ্ৰুপৰ সঞ্চালক গৌতম সাহা,কলাকাৰ অসমৰ সঞ্চালক শৈলেন কাকতি,ডুলীয়াজানৰ হেমন্ত কাকতিয়ে অংশগ্ৰহণ কৰিব৷

আগ্ৰহী দৰ্শকে https://www.facebook.com/mimeacademyghy/ আৰু https//youtube.com/channel/UCsBvaN9JR8-eAi280LQwmhg এই লিংকযোগে এই মূকাভিনয় মহোৎসৱৰ অনুষ্ঠান উপভোগ পৰিব পাৰিব৷

Recent News

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

a bride

শোকাৱহ: বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটিলে কইনাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd