• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মূৰ্খ অশিক্ষিতসকলক ভোট নিদিব’, বিৰূপ মন্তব্যত তোলপাৰ ছচিয়েল মিডিয়া! কি হেৰুৱাব লগা হ’ল বিশালে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 4:00 pm
208
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET প্ৰশ্ন ফাদিলক লৈ ছ’চিয়েল মিডিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰে বিশাল দাদলানীয়ে। সূত্ৰ অনুসৰি চৰকাৰক সমালোচনা কৰাৰ বাবেই ইণ্ডিয়ান আইডলৰ বিচাৰকৰ পদৰ পৰা অপসাৰণ কৰা হৈছে বিশাল দাদলানীক। ২০২৬ চনত NEET UG পৰীক্ষা বাতিল কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

বিশাল দাদলানীয়ে পোষ্ট কৰা এটা ভিডিঅ’ৰ পৰাই এই বিতৰ্ক আৰম্ভ হয়। NEET প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ভিডিঅ’ বাৰ্তাযোগে বিশাল দাদলানীয়ে এইদৰে কয়,  ‘অশিক্ষিত লোকক ক্ষমতাত বহিবলৈ নিদিব’। তেওঁ আক্ষেপ কৰে এই দেশৰ কি হৈছে! NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ সমৰ্থনত এই ভিডিঅ’টো বনাইছো। কষ্টৰ অপচয়, সময়ৰ অপচয়, যিয়ে হয়তো বছৰটো হেৰুৱাব। এইটো সঁচা যে প্ৰতিবাৰেই NEET পৰীক্ষা অনুষ্ঠিত হয়, কিন্তু এই ভুলৰ সমৰ্থন কৰিব নোৱাৰি। চৰকাৰী সংস্থা এটাই আয়োজন কৰা এই পৰীক্ষাত ইমান ডাঙৰ কেলেংকাৰিৰ কোনো দায়িত্ব চৰকাৰে লোৱা নাই, এইটো ডাঙৰ ভুল। দায়িত্বত বহি মন্ত্ৰীসকলে কিন্তু কৈছে যে এইটোনো কি ডাঙৰ কথা! মই পদত্যাগ নকৰো।” বিশাল দাদলানীয়ে এই কাণ্ডক পোনপটীয়াকৈ ‘লজ্জাজনক, অপমানজনক’ বুলি অভিহিত কৰে।

Apply Now

বিশালে কয়, দুৰ্ভাগ্যজনকভাৱে এতিয়া শিক্ষাৰ মূল্য নাই, ক্ষমতাত থকা লোকসকল নিৰক্ষৰ। এই কথা কোৱাৰ পাছত বিশালে স্পষ্টকৈ কয়, এই কাৰণেই ভাৰতৰ পৰিস্থিতি দুখজনক৷ মোৰ কথা ভাল পাওক বা নাপাওক, গ্ৰহণ কৰক বা বিৰোধিতা কৰক, এইটোৱেই সত্য।”

বিশালে ভিডিঅ’টোত আবেদন জনাইছে, ভাল মানুহে শিক্ষিত লোকক ভোট দিয়ে। যদি জাতি, ধৰ্ম, বৰ্ণ আদিৰ ওপৰত উঠি নিজৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত ৰক্ষা কৰিব লাগে, তেন্তে আমি ভাল মানুহ নিৰ্বাচন কৰিব লাগিব। মূৰ্খ নিৰক্ষৰ মানুহক ক্ষমতালৈ আনিব নালাগে, তেওঁলোক আপোনাৰ জাতিৰে হওক বা আপোনাৰ পৰিয়ালৰে হওক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd