DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰত পৰম্পৰাগত ধৰ্মীয় আচাৰেৰে বিশ্বখনিকৰ বিশ্বকৰ্মাক পূজা-অৰ্চনা

মনিমালা বৰা by মনিমালা বৰা
September 17, 2018 5:29 pm
FB_IMG_1537179553885
257
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যজুৰি বিশ্বখনিকৰ গৰাকীক আৰাধনা কৰাৰ লগতে তেজপুৰতো বিশ্বকৰ্মা পূজাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হয়।

তেজপু্ৰৰ চৰকাৰী-বেচৰকাৰী প্ৰায় সকলোবোৰ উদ্যোগ-প্ৰতিষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সকলোৱে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে। তেজপুৰ বিদ্যুৎ চক্ৰ, তেজপুৰ বিদ্যুৎ সংমণ্ডল, উপ-সংমণ্ডল ১ আৰু ২ পৰীক্ষণ আৰু স্থাপন সংমণ্ডল, মিটাৰ পৰীক্ষণ-পৰিৰ্দশন উপ-সংমণ্ডল, উদ্যোগী ৰাজহ সংগ্ৰহ ক্ষেত্ৰই সমূহীয়াভাৱে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে।

বিভিন্ন কৰ্যসূচীৰে আয়োজন কৰা পূজা পুৱা ৯ বজাৰ পৰা আৰম্ভ হয়। ১২ বজাত পুষ্পাঞ্জলি প্ৰদান কৰে আৰু মংগল কামনা কৰি সকলোৱে আশীষ লয়। ইফালে সন্ধিয়া ৭ বজাৰ পৰা বিদ্যুৎ পৰিষদৰ কাৰ্যালয়ত  নাগাৰা নাম অনুষ্ঠিত হ’ব।

Recent News

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd