• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰত স্বামী বিবেকানন্দৰ ছবি ওলোমাই ৰাখিলে বিজেপি ৩০-৩৫ বছৰলৈ শাসনত থাকিব,কোনে কৰিলে এই দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 8, 2020 6:52 pm

1 min read

biplab deb
349
VIEWS
Share on FacebookShare on Twitter

ঘৰত স্বামী বিবেকানন্দৰ ছবি ওলোমাই ৰাখিলে আৰু ঘৰৰ দুৱাৰত বিবেকানন্দৰ বাণী লিখি ৰাখিলে  বিজেপিক অহা ৩০-৩৫ বছৰলৈ কোনেও আঁতৰাব নোৱাৰিব।

এই মন্তব্য কৰিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। আজি আগৰতলাত বিজেপিৰ মহিলা মৰ্চাৰ এখন সভাত অংশগ্ৰহণ কৰি এই দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী দেৱে কয় যে যদি ত্ৰিপুৰাৰ ৮০ শতাংশ লোকৰ ঘৰত স্বামী বিবেকানন্দৰ  ছবি আঁৰি থয় তেন্তে বিজেপিয়ে ক্ৰমাগত ভাবে অব্যাহত ৰাখিব পাৰিব জয়ৰ ধাৰা।

তেওঁ কয় যে বহু কমিউনিষ্ট নেতাই তেওঁলোকৰ ঘৰত ষ্টেলিন,লেনিন,মাও জে ডং আদিৰ ছবি আঁৰি ৰখা তেওঁ নিজৰ গাঁৱতে দেখিছে।

কমিউনিষ্টসকলে সেই সকল লোকক ভগৱানৰ দৰে জ্ঞান কৰে।

যদি ত্ৰিপুৰাৰ লোকসকলেও স্বামী বিবেকানন্দৰ ছবি কমিউনিষ্টসকলে ঘৰত আঁৰি ৰখাৰ দৰে আঁৰি ৰাখে তেন্তে বিজেপিয়ে ৩০-৩৫ বছৰলৈ ৰাজ কৰিবলৈ সক্ষম হ’ব।

তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ সকলো সদস্যাকে ত্ৰিপুৰাৰ ঘৰে ঘৰে গৈ মানুহক স্বামী বিবেকানন্দৰ ছবি ঘৰত আঁৰি ৰাখিবলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd