DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰগীতৰ সাধক বিশিষ্ট সংগীত শিল্পী বিবেকানন্দ শৰ্মাৰ মৃত্যু, বঙাইগাঁৱত শোকৰ ছাঁ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 17, 2021 2:26 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ প্ৰখ্যাত চহৰ বঙাইগাঁও নিৱাসী সংগীতৰ প্ৰাক্তন বিশিষ্ট শিক্ষক বিবেকানন্দ শৰ্মা (৬৪)ই শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ পাই তেখেতৰ গুণমুগ্ধ সকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

বিবেকানন্দ শৰ্মা বঙাইগাঁৱৰ স্বাগত হস্পিটালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক সাৱটি লয়। তেওঁৰ মৃত্যুত স্বাগত হস্পিটালৰ বহু কেইগৰাকী বিশিষ্ট চিকিৎসক আৰু অন্যান্য কৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পনেৰে আত্মাৰ সদগতি কামনা কৰে।

বিবেকানন্দ শৰ্মা সংগীতৰ শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কিছুদিন পিছত বঙাইগাঁওৰ স্বাগত হস্পিটালতো কৰ্মৰত আছিল । বিবেকানন্দ শৰ্মা এগৰাকী সংগীতৰ সাধক আছিল ।

বিভিন্ন বাদ্যযন্ত্ৰ নিপুণতাৰে বজাইছিল । ওৰেটো জীৱন সংগীত চৰ্চাতে ব্যস্ত থাকি তেখেত সন্তুষ্টি লাভ কৰা দেখা গৈছিল ।

হাঁহি মুখীয়া তথা সহজ সৰল জীৱন যাপন কৰা শৰ্মা বৰগীতৰ এগৰাকী সাধক আছিল।

বিবেকানন্দ শৰ্মাৰ মৃত্যুৰ স্বাগত হস্পিটালৰ পৰিচালন সঞ্চালক তথা সাহিত্যিক ডাঃ এছ কে দাস , ডাঃ ফিৰোজ আহমেদ, ডাঃ এছ বিশ্বাস , ডাঃ অতনু বসুমতাৰী , ডাঃ মৃণালিনী ৰাভা , ডাঃ অঞ্জুমা জেছমিন , ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ, বিশিষ্ট সাংবাদিক বিজয় কুমাৰ শৰ্মা , অনিল প্ৰসাদ , পংকজ দত্ত , বিনয় ঝা , সতীশ প্ৰসাদৰ লগতে স্বাগত হস্পিটালৰ নাৰ্ছ , বিষযা , বিভিন্ন বৰ্গৰ কৰ্মচাৰী তথা গুণমুগ্ধ সকলে গভীৰ শোক প্ৰকাশ কৰিছে ।

বিবেকানন্দ শৰ্মাই মৃত্যুৰ সময়ত পত্নী , দুগৰাকী কন্যাক এৰি থৈ গৈছে। নিউ বঙাইগাঁওৰ ৰেলৱে জংচনৰ পৰা কিছু আঁতৰত থকা শ্মশান ঘাটত শৰ্মাৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Recent News

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd