• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আছে দুই ‘গোপন’ পুত্ৰ সন্তান! সন্ধান দিলে ছুইচ সংবাদ মাধ্যমে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2022 8:32 am
ৰাষ্ট্রপতি পুটিন আৰু এলিনা কাবাইভা।

ৰাষ্ট্রপতি পুটিন আৰু এলিনা কাবাইভা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিৰ ‘গোপন’ কন্যা সন্তানকলৈ ব্যাপক চলিছিল। এইবাৰ পোহৰলৈ আহিছে পুটিনৰ হেনো দুটি ‘গোপন’ পুত্ৰ সন্তানো আছে। দেওবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত এই চৰ্চাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, পুটিনৰ সৈতে দীঘলীয়া সম্পৰ্ক আছে জিমনাষ্ট এলিনা কাবাইভাৰ। বৰ্তমান তেওঁৰ বয়স ৩৮বছৰ। তথ্য অনুসৰি ২০১৫ আৰু ২০১৯ চনত ক্ৰমে তেওঁ দুটি পুত্ৰ সন্তানৰ জন্ম দিছিল।

শিশু দুটিৰ জন্ম হৈছিল কোনো এক প্ৰসিদ্ধ তথা ব্যয়বহুল ক্লিনিকত। এলিনাৰ সেই দুই শিশুৰ পিতৃ ৰাষ্ট্ৰপতি পুটিন বুলি কোৱা হৈছে।

Apply Now

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খৱৰ: ডলাৰৰ বিপৰীতে অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে ৰাছিয়াৰ মুদ্ৰাৰ মূল্য!

ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যমত প্ৰথম এই খৱৰ প্ৰকাশ পাইছিল। দাবী কৰা হৈছিল যে এলিনা আৰু পুটিনৰ প্ৰথমটো সন্তানৰ জন্ম ছুইজাৰলেণ্ডতেই হৈছিল। কিন্তু দ্বিতীয়টো সন্তানৰ জন্ম হয় মস্কোত।

সূত্ৰসমূহৰ মতে ২০০৭ চনৰ পৰাই পুটিনৰ সৈতে এলিনাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এলিনা এগৰাকী খ্যাতনাম ক্ৰীড়াবিদ। অলিম্পিকত তেওঁ স্বৰ্ণপদকো অৰ্জন কৰিছে।

পিচে, পুটিন বা এলিনা কোনেও কেতিয়াও তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাছিল। দুয়োজনৰে বয়সৰ পাৰ্থক্যও চকুত লগা। পুটিনৰ বৰ্তমান বয়স ৬৯বছৰ। সেইদৰে এলিনাৰ বয়স তেওঁৰ প্ৰায় আধা।

আনহাতে, পুটিনে তেওঁৰ ৰাজনৈতিক জীৱনত প্ৰভাৱ পৰাৰ আশংকাৰ বাবেই এলিনাৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা গোপন ৰখা বুলি অনুমান কৰা হৈছে। সেইদৰে, এলিনায়ো তেওঁ যে দুই সন্তান ৰ মাতৃ সেই কথা জানিব দিয়া নাই। দুয়োজনকে বহুসময়ত ঘনিষ্ঠভাৱে সময় কটোৱা দেখা গৈছিল। কিন্তু সেয়া কেবল মাত্ৰ সৌজন্যমূলক বুলি দাবী কৰি অহা হৈছিল।

লগতে পঢ়ক: বেইজিঙত পুনৰ আৰম্ভ কোভিডৰ সংহাৰ, বন্ধ কৰি দিয়া হৈছে হোটেল-ৰেষ্টুৰেণ্ট

ইপিনে, ছুইচ সংবাদ মাধ্যমে তেওঁলোকৰ তথ্য সত্য বুলি দৃঢ়তাৰে দাবী কৰিছে। পুটিন আৰু এলিনাৰ যে গোপন সংসাৰ আছে তাত কোনো সন্দেহ নাই। মাত্ৰ এটা কথাতেই কিছু খুদুৱনি আছে আৰু সেয়া হৈছে ২০১৯ চনত এলিনাই এটাই মাত্ৰ পুত্ৰ সন্তান জন্ম দিছিল নে তেওঁৰ যমজ সন্তান হৈছিল সেয়া নিশ্চিত কৰিব পৰা নাই।

সেয়ে, তৃতীয় সন্তানৰ স্থিতি নিশ্চিত নোহোৱালৈ সাংবাদিকসকলে পুটিন আৰু এলিনাৰ দুটি পুত্ৰ সন্তান থকাৰ কথাটোতে সীমা টানিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd