• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কৰোণাক ভোট দিয়ক’, বিজেপিৰ প্ৰচাৰত বিভ্ৰান্ত জনতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2020 3:30 pm

1 min read

a BJP-iansnew_0
7.9k
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত কৰোণা অতিমাৰীয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে সেইসময়তে বিজেপিয়ে কৰোণাৰ বাবে ভোট বিচাৰি চলোৱা প্ৰচাৰে এতিয়া বিভ্ৰান্ত কৰিছে বহু জনকে।যি কৰোণাক দূৰতে বিদূৰ কৰিবলৈ মানুহে বিচাৰি আহিছে সেই কৰোণাকে বিজেপিয়ে ভোট দিবলৈ জনোৱা আহ্বানত এতিয়া হতভম্ব বহু লোক।

কিন্তু কৰোণাক ভোট দিবলৈ বিজেপিয়ে পোষ্টাৰ ছপাই আহ্বান জনাইছে যদিও দৰাচলতে এই কৰোণা কোনো ভাইৰাছ নহয়।

এই কৰোণা হৈছে এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীৰ নাম।

আৰু কিছুদিন পিছতেই অনুষ্ঠিত হব কেৰালা পৌৰ সভাৰ নিৰ্বাচন।

a korona12607489

এইবোৰ কেৰালা পৌৰ সভা নিৰ্বাচনত কোল্লাম পৌৰসভা মাথিলিল ৱাৰ্ডৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে ২৪ বছৰীয়া কৰোণা থমাছে।

নিজৰ নামটোৰ বাবে প্ৰায়ে অস্বস্তিত পৰা কৰোণা থমাছে মানুহৰ মাজলৈ গৈ কৈছে—‘মই কৰোণা, মোক ভোট দিয়ক’।

নিজৰ নামটো সন্দৰ্ভত কৰোণাই কয় যে সৰুতে তেওঁৰ পিতৃয়ে নিজৰ সন্তানৰ নাম কিছু ব্যতিক্ৰমী কৰি ৰখাৰ বাবেই কন্যাৰ নাম ৰাখিছিল কৰোণা আৰু পুত্ৰৰ নাম ৰাখিছিল কোৰাল।

এতিয়া পিতৃয়ে হেঁপাহেৰে ৰখা নামটোৱেই মাজে সময়ে অস্বস্তিত পেলাইছে কৰোণা থমাছক।

লক্ষ্যণীয় কথাটো হল কিছুদিন পূৰ্বে কৰোণা থমাছ নিজেও কৰোণাত আক্ৰান্ত হৈছিল।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd