• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ত প্ৰাচীৰ পত্ৰিকা ‘থুপিতৰা’ উন্মোচন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 19, 2019 7:34 am
IMG-20190618-WA0016

মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ মুহূৰ্তত।

1.4k
VIEWS
Share on FacebookShare on Twitter

অঞ্চল এটাৰ বাবে একোখন প্ৰাচীৰ পত্ৰিকা দাপোন স্বৰূপ ৷ মাৰ্ঘেৰিটা শাখা কবি সন্মিলনে প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে তেনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

মঙলবাৰে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ  কাৰ্য্যালয়ত মাৰ্ঘেৰিটা শাখা কৰি সন্মিলনে ‘থুপিতৰা’ নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। প্ৰাচীৰ পত্ৰিকাখনে বিভিন্ন চৰকাৰী তথা সামাজিক কামত মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ যোৱা ৰাইজক কিছু পৰিমানে হ’লেও নতুন চিন্তাৰ খোৰাক যোগাব বুলি আশাবাদী মাৰ্ঘেৰিটা কবি সন্মিলন।

মঙলবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মহকুমাধিপতি সুমিত সত্তাৱনে প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে। শাখা সন্মিলনৰ সভাপতি তথা পত্ৰিকাখনৰ মুখ্য সম্পাদক অশ্বিনী গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহকুমাধিপতিৰ লগত সহকাৰী আয়ুক্ত ঝৰ্ণা পাটগিৰী আৰু মাধুৰ্য্য বুঢ়াগোঁহাইক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

আনহাতে, প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি মহকুমাধিপতিয়ে শাখা সন্মিলনৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু পত্ৰিকাখনে মহকুমাটোৰ সাহিত্য চৰ্চাৰ দিশটোলৈ নতুন পোহৰ আনিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোত শাখাৰ উপদেষ্টা স্বৰ্গজ্যোতি বৰা, নিকুঞ্জ গগৈ,  সহ সম্পাদিক শেৱালী দত্ত শইকীয়া, পত্ৰিকা সম্পাদিকা বৰ্ণালী বৰঠাকুৰ, প্ৰচাৰ সম্পাদিকা চানিয়া বৰুৱা, অন্নদিতা গোস্বামী, ৰুক্মিনী হালৈ, কুমাৰ বিকাশকে ধৰি ভালেকেইগৰাকী কবি, সাহিত্যিক উপস্থিত থাকে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd