• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিমান বন্দৰৰ বাবে মাটি খান্দি থাকোতে ওলাল চিলিণ্ডাৰ সদৃশ এই অচিন সামগ্ৰী, ওজনো ২৫০ কিলোগ্ৰাম!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2020 6:33 pm

1 min read

bomb
28.6k
VIEWS
Share on FacebookShare on Twitter

বিমান বন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ বাবে শ্ৰমিকে খান্দি আছিল মাটি।

কিন্তু মাটি খান্দি থাকোতেই কেইজনমান শ্ৰমিকে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে এবিধ বিশেষ সামগ্ৰী।

প্ৰথমে কৌতূহলবশতঃ সামগ্ৰী বিধ হাতেৰে ডাঙি ওপৰলৈ তুলি অনাৰ চেষ্টা চলাইছিল এজন শ্ৰমিকে।

কিন্তু সামগ্ৰী বিধৰ ওজন বহু বেছি হোৱা বাবে সফল নহ’ল।

পিছত যেনিবা বহু কেইজন শ্ৰমিকে মিলি সামগ্ৰী বিধ ওপৰলৈ তুলি আনে।বাংলাদেশৰ ৰাজধানী ঢ়াকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ তৃতীয় টাৰ্মিনেল নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে সেই বস্তুবিধ উদ্ধাৰ হয়।

বিমান বন্দৰ কৰ্তৃপক্ষই সেয়া চিলিণ্ডাৰৰ আকৃতিৰ এটা বিশাল বোমা বুলি নিশ্চিত হোৱাৰ পিছতে বোমা নিষ্ক্ৰিয় কৰা বাহিনীক খবৰ দিয়া হয়।বোমাটোৰ ওজন ২৫০ কিলোগ্ৰাম বুলিও নিশ্চিত কৰা হয় ।

ইয়াৰ পিছতে ঢ়াকাৰ ৰচুল বিমান ঘাটিলৈ বোমাটো নিয়া হয়  আৰু তাতেই বায়ুসেনা বাহিনীয়ে বোমাটো নিষ্ক্ৰিয় কৰে।

বাংলাদেশৰ বায়ুসেনা বাহিনীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে বোমাটো ১৯৭২ চনৰ বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত নিক্ষেপ কৰা নুফুটা বোমা হ’ব পাৰে।

বোমাটো বিশ্বযুদ্ধৰ সময়ৰ হ’ব পাৰে বুলিও বহুতে সন্দেহ কৰিছে।

অৱশ্যে সঠিক পৰ্যবেক্ষণৰ পিছতহে কথাবোৰ স্পষ্ট হ’ব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd