• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

টি-২০ বিশ্বকাপত ৰোহিত-কোহলী ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ: মন্তব্য আক্ৰামৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 4:56 pm
Wasim Akram on Rohit Sharma Virat Kohli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্তিম পৰ্যায়ত বিশ্বকাপ ব্যৰ্থতাৰ পিছতে ২০২৪ত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দল গঠনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে ভাৰতীয় ক্ৰিকেটত। তাৰ মাজতে অধিক চৰ্চা লাভ কৰিছে আন এটি বিষয়ে।

ভাৰতৰ দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ টি-২০ ফৰ্মেটৰ ভৱিষ্যতক লৈ কিছুদিন ধৰি ব্যাপক চৰ্চা চলি আছে। দুই তাৰকাই টি-২০ ফৰ্মেটত পুনৰাই দলক প্ৰতিনিধিত্ব কৰিব নে, সেয়া হৈ পৰিছে আলোচনাৰ বিষয়।

Apply Now

বিগত বৰ্ষত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিপক্ষে ১০ উইকেটত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ টি-২০ লাইনআপত পুনৰ দেখা পোৱা নাই ৰোহিত আৰু কোহলীক।

ইয়াৰ পিছতে প্ৰধানকৈ যুৱ প্ৰতিভাৰে গঠিত দলে প্ৰতিনিধিত্ব কৰিছে টি-২০ ফৰ্মেটত। দ্বিপাক্ষিক শৃংখলাসমূহত যুৱ খেলুৱৈসকলক সুযোগ দি আগন্তুক সময়ৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে ভাৰতীয় ক্ৰিকেটত।

কিন্তু ৰোহিত-কোহলীৰ অভিজ্ঞতা আৰু ধাৰাবাহিকতাই আগন্তুক টি-২০ বিশ্বকাপত তাৰকা দুৰগৰাকীৰ অন্তৰ্ভুক্তি সন্দৰ্ভত স্বাভাৱিকতেই আলোচনাৰ সূত্ৰপাত কৰিছে। বহুকেইজন প্ৰাক্তন খেলুৱৈ তথা বিশেষজ্ঞই এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে।

পাকিস্তানৰ প্ৰাক্তন তাৰকা তথা কিংবদন্তি পেচাৰ ৱাছিম আক্ৰামে আগবঢ়াইছে মত। আক্ৰামে ৰোহিত-কোহলীক আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি মত পোষণ কৰিছে।

আক্ৰামৰ মতে, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী যে টি-২০ বিশ্বকাপত ভাৰতৰ মূল খেলুৱৈ হ’ব, তাত কোনো সন্দেহ নাই। টি-২০ ক্ৰিকেটত অলপ অভিজ্ঞতাৰ প্ৰয়োজন আৰু কেৱল যুৱ খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰে আক্ৰামে।

উল্লেখ্য যে, ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত বিগত সময়ছোৱাত হাৰ্দিক পাণ্ডিয়াই টি-২০ দলৰ নেতৃত্ব দি আহিছে। এই সময়ছোৱাত বহুকেইজন যুৱ তাৰকাই নিজকে যোগ্য প্ৰমাণিত কৰিছে।

আক্ৰামৰ দৰেই ভাৰতৰ প্ৰাক্তন পেচাৰ তথা বৰ্তমানৰ গুজৰাট টাইটানছৰ মুখ্য প্ৰশিক্ষক আশীষ নেহৰায়ো ৰোহিত আৰু কোহলীৰ দলত থাকিব লাগে বুলি মন্তব্য কৰে। নেহৰাৰ মতে, কেৱল বয়সেই তেওঁলোকৰ টি-২০ ভৱিষ্যত নিৰ্ণয়ৰ একমাত্ৰ মাপকাঠী হ’ব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd