DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মিছন ১০০’ৰ অধীনত তিনিচুকীয়াত বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ উদ্বোধন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 15, 2018 9:46 pm
Mission 100 at Tinisukia
483
VIEWS
Share on FacebookShare on Twitter
‘মিছন ১০০’ৰ অধীনত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে আজি মুঠ এশটা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ ২ নং হেবেদা গাঁৱত এক কোটি ২০ লাখ টকাৰে নিৰ্মাণ কৰা বিশুদ্ধ খোৱাপানী প্ৰকল্প উদ্বোধন কৰা হয়।
আজিৰ এই কাৰ্যসূচীত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশান, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু জিলাখনৰ কেইবাজনো উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বকোত উক্ত ‘মিছন ১০০’ প্ৰকল্প উদ্বোধন কৰাৰ পিছতে ইয়াৰ আধাৰত সমগ্ৰ অসমতে একেসময়তে ১০০ পানী যোগান প্ৰকল্প মুকলি কৰা হয়।
তদুপৰি উক্ত কাৰ্যসূচীৰ লগতে আজি মুখ্য মন্ত্ৰীয়ে বকোত ‘স্বচ্ছতাই সেৱা ২০১৮’ আনুষ্ঠানিক শুভাৰম্ভ কৰে। মাকুম মহাবিদ্যালয়ত ‘স্বচ্ছতাই সেৱা ২০১৮’ শীৰ্ষক আঁচনি শুভাৰম্ভ কৰি সঞ্জয় কিশানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ স্বপ্ন আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেউজী ধৰণী অসম গঢ়াৰ তথা দুৰ্গন্ধ-আবৰ্জনা মুক্ত সমাজ গঢ়াৰ এই প্ৰয়াসক পুৰ্ণ কৰাত প্ৰতিজন সমাজ সচেতন নাগৰিক দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

Recent News

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd