• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত জলাশয় পক্ষীৰ গণনা

উত্তম শইকীয়া by উত্তম শইকীয়া
February 9, 2021 6:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলত ৬ আৰু ৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা জলচৰ পক্ষীৰ গননাৰ সফল সামৰণিৰ পাছত আজি পুৱা গননাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষিত কৰা হয়।

কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লহন প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অমৃত চাহাই কৰা ঘোষণা মতে শেষতীয়া জলাশয় পক্ষী গননাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন সংমণ্ডল আৰু বিশ্বনাথ সংমণ্ডল অঞ্চল সামৰি মুঠ  ২২ টা গোত্ৰৰ ১১২ টা প্ৰজাতিৰ মুঠ ৯৩,৪৯১ পক্ষী পোৱা যায়।

Apply Now

অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষকৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, নগাঁও বন সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা আৰু প্ৰদীপ বাৰ্মা, সহকাৰী বনসংৰক্ষৰ ঋতু পৱন বৰাৰ লগতে পক্ষী গণনাত অংশগ্ৰহণ কৰা পক্ষীবিদ আৰু স্বেচ্ছাসেৱক সকলে অংশগ্ৰগণ কৰে।

অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সকলোকে আদৰণি জনোৱাৰ লগতে সঞ্চালক পি শিৱকুমাৰে  কাজিৰঙাৰ পক্ষী গননাৰ বিৱৰণ দাঙি ধৰাৰ উপৰিও ডি এফ অ’ অৰুণ বিঘ্নেশে পক্ষী গননাৰ তথ্যৰ এক সচিত্ৰ উপস্থাপন প্ৰদৰ্শন কৰে।

উল্লেখ যোগ্য যে, পক্ষী গণনাৰ সময়ত গণনাকাৰী সকলে প্ৰত্যক্ষ কৰা ১১২ টা প্ৰজাতিৰ ভিতৰত ৫৮ টা বিদেশৰ পৰা অহা প্ৰৱজনকাৰী চৰাই।

গণনাৰ কালত গণনাকাৰী সকলে কাজিৰঙাত সৰ্বাধিক পৰিমানৰ ইউৰেচিয়ান কোট, দ্বিতীয়তে ধৃতৰাজ চৰাই আৰু তৃতীয় সৰ্বাধিক শৰালি হাঁহ প্ৰত্যক্ষ কৰে।

এইবাৰৰ গণনাত ২০২০ চনৰ গণনাতকৈ কাজিৰঙাত মুঠ ৫৯,২০৭ টা জলচৰ পক্ষী বৃদ্ধি পোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ। এইবাৰৰ গননাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পক্ষীবিদৰ উপৰিও ছাত্ৰ-ছাত্ৰী আৰু জীপ চাফাৰী সন্থাৰ সদস্য সকলেও অংশগ্ৰহণ কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd