• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইংলেণ্ড বনাম ভাৰত : কাইলৈৰ পৰা তৃতীয় টেষ্ট, আশাবাদী অধিনায়ক কোহলী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 23, 2021 9:33 pm

1 min read

ইংলেণ্ড বনাম ভাৰত : কাইলৈৰ পৰা তৃতীয় টেষ্ট, আশাবাদী অধিনায়ক কোহলী
149
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাকী থকা দুখন টেষ্টৰ এখনত জয়ী আৰু আনখন ড্ৰ কৰিব পাৰিলেই টীম ইণ্ডিয়াই জুলাইত লৰ্ডচত খেলাব লগা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ বাবে যোগ্যতা অৰ্জন কৰিব।

বৰ্তমান আইচিচি টেষ্ট ৰেংকিঙৰ দ্বিতীয় স্থানত থকা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে মঙলবাৰে কয় যে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপতকৈও তেওঁলোকে দুয়োখন টেষ্টমেচত জয়ী হোৱাটোত গুৰুত্ব দিছে।

আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত পোনপ্ৰথমবাৰৰ খেলিব লগা দিবা-নৈশ মেচখখনত গুলপীয়া ৰঙৰ বল ব্যৱহাৰ কৰা হ’ব আৰু এই লৈ কোহলীয়ে কয় যে বিপক্ষ দলটোত কেইবাটাও দুৰ্বলতা আছে আৰু আমাৰ বলাৰসকলে তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে বুধবাৰৰ পৰা খেলিবলগা টেষ্টমেচখনত জয়ী হ’লেই বিৰাট কোহলীয়ে মহেন্দ্ৰসিং ধনীৰ এটা অভিলেখ ভংগ কৰিব। ঘৰুৱা পৰিৱেশত ইতিমধ্যে ২১ খন টেষ্টত বিজয়েৰে টীম ইণ্ডিয়াৰ পূৰ্বৰ অধিনায়ক ধনীয়ে অভিলেখ গঢ়ি থৈছে।

আনহাতে কোহলীৰ নেতৃত্বত টীম ইণ্ডিয়া ঘৰুৱা পৰিৱেশত জয়ী হৈছে ২০ খন টেষ্টত। এই সম্পৰ্কত কোহলীয়ে কয় যে এইসমূহ ব্যক্তিগত অভিলেখতকৈও তেওঁ নিজৰ দায়িত্ব পালন কৰিবলৈ আগ্ৰহী।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd