• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘যুদ্ধ আমি এতিয়া দুখন কৰি আছো, এখন মানুহৰ স্বাস্থ্য আৰু অৰ্থনৈতিক স্বাস্থ্যৰ যুদ্ধ’; তৰুণ গগৈ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 12, 2020 6:27 pm

1 min read

index
4.2k
VIEWS
Share on FacebookShare on Twitter

সৰ্বদলীয় বৈঠকৰ অন্তত কংগ্ৰেছ দলৰ হৈ অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘যুদ্ধ আমি এতিয়া দুখন কৰি আছো। এখন মানুহৰ স্বাস্থ্য আৰু অৰ্থনৈতিক স্বাস্থ্যৰ যুদ্ধ।’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘আমি দুই ফালৰ পৰাই যুদ্ধ কৰিব লাগিব। জীয়াই থকাৰ উপায় দুয়োটাই সক্ৰিয় কৰি ৰাখিব লাগিব।’

‘স্বাস্থ্যৰ ক্ষেত্ৰত আৱশ্যকীয় খিনি মজুত আছে। কিন্ত অৰ্থনীতিৰ ক্ষেত্ৰত লৈ আমি শংকিত।’ লগতে তেওঁ কয়।

‘কৃষক অথবা খাটি খোৱা লোক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণৰূপে লকডাউন নহয়, সেয়া কেতিয়াও সম্ভৱ নহয়।’

তেওঁ অভিযোগ কৰি  কয়, ‘নাৰ্চ-চিকিৎসা কৰ্মীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ safety kit নাই। সকলো বেমাৰেই চিৰিয়াছ সেই ক্ষেত্ৰত গুৰুত্ব দিয়াটো দৰকাৰ। সেয়া চৰকাৰে ওলাই কৰা দেখা গৈছে।’ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

Tags: COVID-19

Recent News

index

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ হৈ অসমত নিৰ্বাচন খেলিব আৰজেডি-এ : চাহ-বাগিচা, হিন্দীভাষী ভোটাৰক লক্ষ্য!

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

images.jpeg-6

শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লিখিত পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd