• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহম্মদ কাঈফক কিয় সতৰ্ক হ’বলৈ কৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 20, 2020 9:32 pm

1 min read

Sachin-Tendulkar-
52.6k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে মহম্মদ কাঈফৰ সৈতে ঘটা এটা আমোদজনক ঘটনা মনত পেলাইছে, য’ত তেওঁ কাঈফক এটা নতুন নাম দিয়া বুলি অনুৰাগীসকলক জনাইছে।

শচীনে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে বন্ধ হোৱা ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ সময়তে এই ঘটনাটো ঘটা বুলি জনায়।

ইণ্ডিয়া লিজেণ্ডছক প্ৰতিনিধিত্ব কৰা শচীনে কয় যে ৰোড ছেফটি ছিৰিজৰ প্ৰথম মেচত কাঈফ খুব ছিৰিয়াছ হৈ আছিল আৰু ফিল্ডত সৰ্বোচ্চ উজাৰি দিছিল। এই প্ৰসংগত কার্ফক ধেমালি সুৰত কোৱা হৈছিল যে টুৰ্ণামেণ্টত কেইবাখনো মেচ বাকী আছে।

শচীনে এটা য়ু টিউব চেনেলত কয়, ‍‘আমি কাঈফক সতৰ্ক হ’বলৈ ক’বলগীয়া হৈছিল। আমি তেওঁৰ নাম ‍‘ভাই চাহাব, ভাই চাহাব, থোড়া সম্ভালকে’ ৰাখিছিলো। টুৰ্ণামেণ্টৰ এইখন প্ৰথম মেচ আছিল আৰু আমি বহু কেইখন মেচ খেলিব বাকী আছে’।

তেওঁ লগতে কয়, ‍‘কি হ’ব যদি তুমি আঘাত পোৱা। তেওঁৰ বাবে ফিল্ডিঙত ডাইভ লগোৱা স্বাভাৱিক আছিল। বাস্তৱত তেওঁ বহুত ফিট আছিল। তেওঁ দলৰ এগৰাকী ভাল ফিল্ডাৰ আছিল’।

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd