• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘোঁৰাত উঠি গৈছিল বিয়া পাতিবলৈ, বোমাৰ শব্দত ঘোঁৰাই দিলে দৌৰ ,তাৰপিছত…? চাওঁক ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2021 3:53 pm

1 min read

a groom
249
VIEWS
Share on FacebookShare on Twitter

দৰাৰ মন আছিল ঘোঁৰাত উঠি কইনা ঘৰলৈ গৈ ৰজাৰ দৰে বিয়া পাতিব।

সেই মতে যোগাৰ কৰা হৈছিল এটা তজবজীয়া ঘোঁৰা।নিৰ্দিষ্ট সময়ত ঘোঁৰাত উঠি দৰা গৈ উপস্থিত হ’ল কইনা ঘৰত।

কইনা ঘৰত ধৰ্মীয় ৰীতি-নীতি পালন কৰি থকালৈকে সকলো ঠিকইে আছিল।ঘোঁৰাৰ পিঠিত বহি থাকিয়েই দৰাই পালন কৰি গৈছিল সকলো নিয়ম।

কিন্তু ইয়াৰ মাজতে ঘটি গ’ল অঘটনটো।

দৰা অহাৰ বাবে কইনা ঘৰৰ লোকে আতচবাজী ফুটাবলৈ আৰম্ভ কৰিছিল।

আতচবাজীৰ শব্দত চক খাই ঘোঁৰাটোৱে তৰানৰা চিঙি দিলে লৰ।

দৰা তেতিয়াও ঘোঁৰাৰ পিঠিতে। দুৰন্ত গতিৰে দৌৰি যোৱা ঘোঁৰাটোৰ পিছে পিছে এইবাৰ লৰ দিলে বিবাহস্থলীত উপস্থিত থকা আন লোকসকলেও।

ঘোঁৰাটোক ধৰিব নোৱাৰেহে নোৱাৰেহে। অৱশেষত যেনিবা পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় দৰাক।

শৰীৰৰ কেইবা ঠাইতো আঘাত পোৱা দৰাক লৈ যোৱা হ’ল চিকিৎসালয়লৈ আৰু তাতেই প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি দৰা পুনৰ আহিল কইনা ঘৰলৈ।

এই ঘটনাটো ঘটিছে গুজৰাটৰ পাটান জিলাৰ ৰোডা নামৰ গাঁও খনত।

দৰাক পিঠিতলৈ ঘোঁৰাই দৌৰ মৰাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ভিডিঅ’টোৱে নেটিজেনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd