• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বেটী বাচাও বেটী পাঢ়াও’! কিন্তু লিংগ-সমতাৰ তালিকাত ভাৰতৰ স্থান বাংলাদেশতকৈও তলত!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 9:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষত ভাৰতত লিংগ বৈষম্যতা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

ৱৰ্ল্ড ইক’নমিক ফৰামে (World Economic Forum) প্ৰকাশ কৰা গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২১ (Global Gender Gap Report 2021) ভাৰতে পূৰ্বতকৈ স্থানৰ পৰা অৱনমিত হৈছে।

Apply Now

ৰিপ’ৰ্টটোত বিশ্বৰ ১৫৬খন দেশৰ ভিতৰত ভাৰত আছে  ১৪০ নম্বৰত।

২০২০ চনত ভাৰতৰ স্থান আছিল ১৫৩খন দেশৰ ভিতৰত ১১২।

নাৰীৰ অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুবিধাৰ ভিত্তিত এই ৰিপ’ৰ্টটো প্ৰস্তুত কৰা হয়।

এইক্ষেত্ৰতো ভাৰতে বহু পাছ পৰিল বুলি ৰিপ’ৰ্টটোত পোৱা গৈছে।

আনহাতে ভাৰতৰ ৰাজনীতিত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো ভাৰতে অৱনমিত হৈছে।

স্বাস্থ্যসজাগতাতো ভাৰতীয় নাৰীৰ অংশগ্ৰহণ অৱনমিত হৈছে বুলি ৰিপ’ৰ্টটোত প্ৰকাশ কৰিছে।

ৰিপ’ৰ্টটোৱে কোৱা মতে, চাৰিজনীৰ মাজত এজনী মহিলাই ভাৰতত অত্যাচাৰৰ সন্মুখীন হয়।

শিক্ষিত হাৰৰ ক্ষেত্ৰতো ৰিপ’ৰ্টটোৰ মতে ভাৰতত নাৰীৰ স্থান অৱনমিত হৈ আছে।

১৫৬খন দেশৰ ভিতৰত ভাৰতে ১৪০ সংখ্যক স্থানত থকাৰ বিপৰীতে ভাৰতৰ চুবুৰীয়া কিছু দেশে ৰিপ’ৰ্টটোত ভাৰততকৈ উন্নত স্থানত থকা দেখা গৈছে।

ভাৰততকৈ উপৰত বাংলাদেশে ৬৫, নেপালে ১০৬, ভূটানে ১৩০ আৰু শ্ৰীলংকাই ১১৬ স্থানত আছে।

আনহাতে ভাৰততকৈ পাছ পৰি পাকিস্তানে ১৫৩ আৰু আফগানিস্তানে ১৫৬ স্থানত আছে।

ভৌগোলিকভাৱে, ৰিপ’ৰ্টটোত দক্ষিণ এছিয়াৰ দেশসমূহ নাৰী সৱলীকৰণৰ ক্ষেত্ৰত পাছ পৰি আছে.

১৫ বছৰ ধৰি ৱৰ্ল্ড ইক’নমিক ফৰামে প্ৰকাশ কৰি অহা ৰিপ’ৰ্টোত চাৰিখন ক্ষেত্ৰ বিশেষভাৱে অধ্যয়ন কৰে।

সেয়া হৈছে- অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুবিধা, শৈক্ষিক অগ্ৰগতি, স্বাস্থ্য আৰু জীৱনপ্ৰণালী আৰু ৰাজনৈতিক সৱলীকৰণ।

চলিত বৰ্ষৰ ৰিপ’ৰটোত আইচলেণ্ড আটাইতকৈ লিংগ-সমঅধিকাৰবাদী দেশ হিচাপে স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১২ বছৰ ধৰি আইচলেণ্ডে এই সন্মান লাভ কৰি আহিছে।

লিংগ-সমতাৰ ক্ষেত্ৰত শীৰ্ষ ১০ত থকা দেশকেইখন হৈছে- ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড, ৰাৱাণ্ডা, চুইডেন, আয়াৰলেণ্ড আৰু চুইজাৰলেণ্ড।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd