• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

সংকটত ভাৰোত্তোলক সঞ্জিতা চানুৰ কেৰিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2018 2:12 pm

1 min read

Sanjita-Chanu-570x320

ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

89
VIEWS
Share on FacebookShare on Twitter

ড’পিঙৰ অভিযোগৰ বিৰুদ্ধে যুঁজ দি থকা সঞ্জিতা চানু অধিক সমস্যাত পৰিছে। কমনৱেল্থ গেইমছৰ স্বৰ্ণপদক জয়ী ভাৰোত্তোলকগৰাকীৰ প্ৰস্ৰাৱৰ ‘বি’ নমুনাতো নিষিদ্ধ শক্তিবৰ্ধকৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ লগে লগে তেওঁৰ কেৰিয়াৰ আৰু অধিক সংকটৰ ফালে গতি কৰিব বুলি অনুমান কৰিব পৰা যায়।

ইফালে ভাৰোত্তোলক চানুৱে ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনৰ শুনানিৰ পেনেলৰ সন্মুখত ইয়াৰ বিৰুদ্ধে যুঁজ দি যাব বুলি অংগীকাৰ দিছে।

উল্লেখ্য যে হাংগেৰীত থকা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ সন্মুখত যদিহে চানুৱে নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰে তেন্তে খেলুৱৈগৰাকীক শাস্তি হিচাপে চাৰি বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে।

জানিব পৰা মতে ইতিমধ্যে ‘বি’ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰোত্তোলক চানুলৈ প্ৰেৰণ কৰিছে আৰু অহা ১৮ ছেপ্তেম্বৰলৈ তেওঁক ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্তিম সময়সীমা বান্ধি দিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা সঞ্জিতাৰ দেহৰ নমুনা সংগ্ৰহ কৰোতে ‘টেষ্টোষ্টেৰন’ নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই তেওঁৰ ওপৰত সাময়িক নিলম্বন আৰোপ কৰিছিল।

Recent News

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

a mori

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd