• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমৰ্থকে বেৰি ৰখা অৱস্থাতে মুখা পৰিহিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বিজেপি নেতাক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2020 12:28 pm

1 min read

a ppppkkk
599
VIEWS
Share on FacebookShare on Twitter

শ শ  সমৰ্থকে বেৰি ৰখাৰ মাজতে পশ্চিমবংগত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই নিধন কৰিলে এজন বিজেপি নেতাক।

যোৱা নিশা প্ৰায় ৮ বজাত পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ তিতাগড়ৰ বি টি ৰোডত মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে বিজেপি নেতা মনীষ শুক্লাক গুলীয়াই হত্যা কৰে।

মুখা পৰিহিত দুৰ্বৃত্তই নিচেই কাষৰে পৰা শুক্লাক গুলীয়াই ঘটনাস্থলীৰ পৰা উধাও হয়।

গুৰুতৰ ভাবে আহত বিজেপি নেতা জনক ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

নিহত বিজেপি নেতা গৰাকী তিতাগড় পৌৰসভাৰ কাউন্সিলৰ আছিল।

তিতাগড়ত বিজেপিক গতিশীল কৰি তোলাত শুক্লাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

বিজেপি নেতা জনৰ হত্যাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ পশ্চিম বংগতে তীব্ৰ উত্তেজনা বিয়পি পৰিছে।

নেতা জনৰ হত্যাৰ প্ৰতিবাদত আজি বিজেপিয়ে বাৰাকপুৰ লোকসভা সমষ্টিত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।

ইপিনে এই হত্যাকাণ্ডকলৈ পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধানকাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কৈফিয়ৎ তলব কৰিছে।

এই হত্যাৰ আঁৰত তৃণমূল কংগ্ৰেছৰ হাত থকা বুলি বিজেপিয়ে অভিযোগ কৰিছে।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd