• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেন্নাইত হোপ-হেটমেয়াৰৰ ধুমুহাত বিধ্বস্ত টীম ইণ্ডিয়া; দুৰ্দান্ত বিজয় ৱেষ্টইণ্ডিজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2019 8:31 am
EL0lCKHUEAEY3V-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত নৱম স্থানত থকা দলটোৱে দ্বিতীয় স্থানৰ দলটোক দিশহাৰা কৰি তুলিলে দেওবাৰে চেন্নাইত।

টী-২০’ত দুৰ্ধৰ্ষ হিচাপে পৰিচিত দলটোৱে এদিনীয়াটো যে তেওঁলোক এতিয়া এক সজীৱ প্ৰতিদ্বন্দ্বী সেয়া প্ৰমাণ কৰি দিলে।

Apply Now

এখনৰ পাছত আন এখন ছিৰিজত বিজয় সাৱ্যস্ত কৰি মনোবল তুংগত থকা বিৰাট কোহলিৰ টীম ইণ্ডিয়াক পৰাজিত কৰি ৱেষ্টইণ্ডিজে দমনীয় প্ৰদৰ্শনৰ পৰিভাষা বুজাই দিলে।

হোপ আৰু হেটমেয়াৰৰ দুৰ্দান্ত শতকীয় ইনিংছৰ সহায়ত একপ্ৰকাৰ অসাধ্য সাধন কৰে কেৰিবিয়ান দলটোৱে। সেইদৰে পোলাৰ্ডৰ নেতৃত্বত দলটোৱে ছিৰিজত ১-০ৰ অগ্ৰগতিও লাভ কৰে।

ভাৰতৰ হৈ আন্তৰ্জাতিক এদিনীয়াত প্ৰথমটো অৰ্দ্ধ শতক অৰ্জন কৰে ঋষভ পন্টে।চাৰি নম্বৰত বেটিং কৰা শ্ৰেয়াস আয়াৰেও ভাল প্ৰদৰ্শনে দাঙি ধৰে। কিন্তু দিনটোৰ শেষত তেওঁলোকৰ সেই প্ৰদৰ্শনো হৈ পৰে ম্লান।

ভাৰতৰ অভিজ্ঞসকলেও আশাকৰা মতে প্ৰদৰ্শন দাঙি ধৰাত সফল নহ’ল। মহম্দ ছামীৰ পৰা আৰম্ভ কৰি কুলদীপ যাদব, ৰোহিত শৰ্মাৰ পৰা বিৰাট কোহলিলৈকে সকলো ব্যৰ্থ হ’ল।

ভাৰতৰ টপ অৰ্ডাৰত আঘাত হানি আৰম্ভণিতেই কৰ্টনৰ দলে বুজাই দিলে যুদ্ধ সহজ নহয়।

মিডল অৰ্ডাৰে যুঁজ দিলে ঠিকেই কিন্তু ৮ উইকেটৰ বিনময়ত ২৮৭ ৰাণৰ লক্ষ্য বান্ধি দি এদিনীয়াত জয়ৰ আশা কৰাটো জানো সহজ?  মাত্ৰ কেইদিনমান পূৰ্বে টী-২০’ত আঢ়ৈশ ৰাণ কৰা দলটোৱে তিনিশ ৰাণো স্পৰ্শো কৰিব নোৱাৰিলে।

ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰে ৭০ৰাণ আৰু ঋষভ পন্টে ৭১ ৰাণৰ অৰিহনা যোগায়।

ৱেষ্টইণ্ডিজে সহজতেই জয়ী হ’ল মেচখনত। অপেনাৰ হোপ আৰু হেটমেয়াৰৰ দমনীয় প্ৰদৰ্শনৰ আগত সকলো নিষ্প্ৰভ হৈ পৰিল।

হেটমেয়াৰে ১৩৯ ৰাণ কৰাৰ বিপৰীতে হোপে ১০২ ৰাণ কৰি অপৰাজিত হৈ থাকে।

মহম্মদ ছামী, ৰবীন্দ্ৰ জাডেজা, দীপক চহৰ কোনোজন বলাৰকে ৰেহাই নিদিলে দুৰ্দান্ত যুটীটোৱে। তদুপৰি, ভাৰতৰ সোপাঢিলা ফিল্ডিঙৰ অৰিহনাও আছে।

বেটিং, বলিং, ফিল্ডিং, তিনিওটা বিভাগেই যেতিয়া প্ৰদৰ্শনত ব্যৰ্থ হয়, তাত জয়ৰ আশা নকৰাই ভাল। দেওবাৰে টীম ইণ্ডিয়াৰ অৱস্থাও সেয়াই হ’ল।

ইয়াৰ বিপৰীতে দমনীয় প্ৰদৰ্শনেৰে যোগ্যভাৱেই ভাৰতৰ পৰা মেচখন কাঢ়ি নিলে কেৰিবিয়ান দলটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd