• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টী-২০ বিশ্বকাপত নিজৰ সৰ্বোচ্চ ৰান কৰিলে ৱেষ্ট ইণ্ডিজে; পুৰানৰ তাণ্ডৱত দিশহাৰা আফগানিস্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 12:39 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ২০২৪ ৰ আই চি চি পুৰুষৰ টী-২০ বিশ্বকাপৰ চল্লিশতম মেচখন ৱেষ্ট ইণ্ডিজ বনাম আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। চেণ্ট লুচিয়াৰ ডেৰেন ছেমি নেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন। খেলখনত ৱেষ্ট ইণ্ডিজে আফগানিস্তানক ১০৪ ৰানত হৰুৱায়।

আফগানিস্তানে টছত জয়লাভ কৰি এই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁলোকৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰিলে নিকোলাছ পুৰান আৰু চাৰ্লছ জনছনে। পাৱাৰপ্লে’ত তেওঁলোকে ধুমুহাৰ সৃষ্টি কৰিলে।

নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২১৮ ৰান সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজে। ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তানৰ ইনিংছ ১১৪ ৰানতে সমাপ্ত হয়। খেলখনৰ মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হয় নিকোলাছ পুৰাণ। নিকোলাছ পুৰানে মাত্ৰ ২ ৰানৰ বাবে শতক বঞ্চিত হয়।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

ইপিনে, আফগানিস্তানৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে টী-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ কৰাই নহয়, চলিত টী-২০ বিশ্বকাপতো সৰ্বাধিক স্ক’ৰ কৰে। ৱেষ্ট ইণ্ডিজৰ দলটোৱে ৫টা উইকেট হেৰুৱাই ২০ অভাৰত ২১৮ ৰান সংগ্ৰহ কৰে। নিকোলাছ পুৰানৰ বিধ্বংসী ইনিংছৰ ফলতে আফগানিস্তানৰ সন্মুখত ২১৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৱেষ্ট ইণ্ডিজে।

নিকোলাছ পুৰানে ৫৩টা বলত ৬টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৯৮ৰান কৰাৰ বিপৰীতে জনছন চাৰ্লছে ২৭টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰভমেন পাৱেলৰ বেটৰ পৰা আহে ২৬ ৰান আৰু শ্বাই হোপে ২৫ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইচিচি।

২০২৪ চনৰ টী-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে কোনো দলে ২১০ ৰান অতিক্ৰম কৰিছে। এই বিশ্বকাপত এতিয়ালৈকে মুঠ দুবাৰ দুশতকৈ অধিক ৰান কৰা হৈছে।

আফগানিস্তানৰ হৈ গুলবাদিন নাইবে ২টা আৰু আজমতুল্লাহ ওমৰজাই আৰু নবীন উল হকে ১টাকৈ উইকেট দখল কৰে। উমৰজাইয়ে ২ অভাৰত ৪১ ৰান ব্যয় কৰে। লগতে তেওঁ এটা অভাৰত সৰ্বাধিক ৩৬ ৰান দিয়ে।

ফটো সৌজন্যঃ আইচিচি।

আনহাতে, লক্ষ্য অনুসৰণ কৰি আফগানিস্তানে প্ৰথমে গুৰবাজৰ উইকেট হেৰুৱাই চাপত পৰে। পাৱাৰপ্লেত বেছি ৰান নোহোৱাৰ বাবে চাপ বাঢ়ি গ’ল। ইয়াৰ পিছত আফগানিস্তানে ৯.২ অভাৰত ৬৩ ৰানত ৫ উইকেট হেৰুৱায়। শেষত আফগানিস্তানৰ ইনিংছ ১৬.২ অভাৰত ১১৪ ৰানত সমাপ্ত হয়। ফলত ৱেষ্ট ইণ্ডিজে ১০৪ ৰানত জয়লাভ কৰে। এই জয়ৰ ফলত ৱেষ্ট ইণ্ডিজে গ্ৰুপ পৰ্যায়ত অপৰাজিত হৈয়ে ছুপাৰ এইটত প্ৰৱেশ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd