• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টী-২০ বিশ্বকাপত লজ্জাজনক ৰেকৰ্ড! ১০ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ নৱাগত দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2024 3:21 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

24.2k
VIEWS
Share on FacebookShare on Twitter

চলিত টী-২০ বিশ্বকাপত উগাণ্ডাই লজ্জাজনক অভিলেখ গঢ়িলে। দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩৯ ৰাণতে তেওঁলোকৰ ইনিংছ সমাপ্ত হয়। কেৰিবিয়ান বলিং আক্ৰমণৰ বিৰুদ্ধে উগাণ্ডাৰ বেটছমেনসকলে ১২ অভাৰতকৈ বেছি বেটিং কৰিব নোৱাৰিলে। তাতেই গঢ়িল লজ্জাজনক ৰেকৰ্ড।

টী-২০ বিশ্বকাপত উগাণ্ডা নতুন দল। ২০ অভাৰৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে আফ্ৰিকান দেশখনে। দেওবাৰে টী-২০ বিশ্বকাপৰ ইতিহাসত তেওঁলোকে সৰ্বনিম্ন ইনিংছ খেলে

ফটোঃ সংগ্ৰহীত।

২০১৪ চনৰ টী-২০ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে নেদাৰলেণ্ডৰ ইনিংছ শেষ হৈছিল মাত্ৰ ৩৯ ৰানত। টী-২০ বিশ্বকাপৰ ইতিহাসত যিকোনো দলৰ এয়া সৰ্বনিম্ন ইনিংছ। ১০ বছৰৰ পাছত উগাণ্ডাই দেওবাৰে এই লজ্জাৰ অভিলেখ স্পৰ্শ কৰিলে।

দেওবাৰে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ৫ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ১২ অভাৰত ৩৯ ৰানতে উগাণ্ডাৰ ইনিংছ সমাপ্ত হয়। বিশ্বকাপৰ অন্যতম আয়োজক দলটোৱে ১৩৪ ৰানৰ ব্যৱধানত জয়লাভ কৰে।

ফটোঃ সংগ্ৰহীত।

উগাণ্ডাৰ হৈ একমাত্ৰ দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰে জুমা মিয়াগীয়ে। ৯ নম্বৰত বেটিং কৰি তেওঁ ২০টা বলত ১৩ ৰান কৰি অপৰাজিত হৈ থাকে। ৱেষ্ট ইণ্ডিজৰ আকিল হোছেইনে ১১ ৰানত ৫ টা উইকেট দখল কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd