• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিছুৱাব নেকি লোকসভা নিৰ্বাচন? নিৰ্বাচন আয়োগত দুই আয়ুক্তৰ পদেই এতিয়া খালী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 10, 2024 8:29 am
মুখ্যা নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু সদ্য পদত্যাগী আয়ুক্ত অৰুণ গোৱেল। ফাইল ফটোঃ সংগ্ৰহীত।

মুখ্যা নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু সদ্য পদত্যাগী আয়ুক্ত অৰুণ গোৱেল। ফাইল ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ কথা আছিল। ইয়াৰ পূৰ্বে শনিবাৰে অৰুণ গোৱেলে নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰি বৃহৎ অনিশ্চয়তাৰ সৃষ্টি কৰিলে।

ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ তিনিজন নিৰ্বাচন আয়ুক্ত। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন আয়ুক্ত। আগৰে পৰা এজন আয়ুক্তৰ পদ খালী আছে। তাতেই অৰুণ গোৱেলে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে পদত্যাগ কৰিলে। প্ৰশ্ন হৈছে ইমান ডাঙৰ দেশখনত একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত নিৰ্বাচন ঘোষণা কৰা সম্ভৱনে?

প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এন গোপালস্বামীৰ মতে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ইচ্ছা কৰিলে অকলে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। অৱশ্যে সেই পথত চলিব নে নাই সেয়া তেওঁৰ সিদ্ধান্ত। ইয়াত আইনৰ কোনো বাধা নাই। আয়োগ ৩ জন সদস্যৰে গঠিত হ’লেও মাত্ৰ এজন সদস্য থাকিলেই তাক কাৰ্যকৰী বুলি গণ্য কৰা হয়।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত আকস্মিক পদত্যাগ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ

নিৰ্বাচনী ব্যৱস্থাত নিৰপেক্ষতা বজাই ৰখাৰ স্বাৰ্থত তিনিজন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। যাতে কোনো বিষয়ত সামূহিক বা সংখ্যাগৰিষ্ঠতাৰে সিদ্ধান্ত ল’ব পৰা যায়। ফলত ২৪ ৰ নিৰ্বাচনৰ পূৰ্বে যে নতুন সংকটৰ সৃষ্টি হৈছে তাত কোনো সন্দেহ নাই।

ইতিমধ্যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে নিৰ্বাচন আয়ুক্ত নিযুক্তি সন্দৰ্ভত আইন সলনি কৰিছে। ইয়াৰ পূৰ্বে নিয়ম আছিল যে নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাত বিৰোধী দলৰ নেতাই নিৰ্বাচন কৰিব। কিন্তু চৰকাৰে এই আইনখন সংশোধন কৰি কেবিনেট সচিবৰ নেতৃত্বত বাছনি সমিতি গঠন কৰি নিৰ্বাচন আয়ুক্তক নিযুক্তি দিছে।

সেই কমিটীয়ে পৰামৰ্শ দিয়া নামৰ মাজৰ পৰা এখন সমিতিয়ে নিৰ্বাচন আয়ুক্ত নিৰ্বাচন কৰিব। সেই সমিতিৰ অধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী। আৰু সদস্য হ’ব এজন চৰকাৰৰ মন্ত্ৰী আৰু বিৰোধী দলৰ নেতা। তেনেস্থলত চৰকাৰৰ মতেই যে প্ৰাধান্য পাব তাত কোনো সন্দেহ নাই।

লগতে পঢ়কঃ INDIAত সকাহঃ তামিলনাডুত আসন বুজাবুজিৰ দিশে কংগ্ৰেছ-ডিএমকে

শনিবাৰে অৰুণ গোৱালে পদত্যাগ কৰাৰ পিছত বিৰোধীয়ে এই প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে যে বিজেপিয়ে তেওঁলোকৰ পোহনীয়া বিষয়াক নিৰ্বাচন আয়োগত নিযুক্তি দিব নেকি? সেই ভোট কিমান নিৰপেক্ষ হ’ব?

কেৱল সেয়াই নহয়, তাতোকৈ চিন্তনীয় কথাটো হ’ল চৰকাৰে কিমান সোনকালে কমিটীৰ বৈঠক আহ্বান কৰি নতুন নিৰ্বাচনী আয়ুক্ত বাছি ল’ব পাৰিব। নিৰ্বাচন পিছুৱাই নাযায়তো!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd